DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছকাৰ্ড বেংকক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ; মুখ্য মন্ত্ৰীৰ হাতত বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন অৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 10:43 pm
DSC_2028
146
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান অচল হৈ পৰা অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ এছকাৰ্ড বেংকক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই উদ্দেশ্যে গঠন কৰা বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন আজি ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক বৰঠাকুৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।

বিশেষজ্ঞ কমিটীৰ অধ্যক্ষ ভাস্কৰ বৰুৱা আৰু ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ মুখ্যকাৰ্যবাহী বিষয়া কে কে নাথৰ উপস্থিতিত মুখ্য মন্ত্ৰীৰ কাৰ্যালয় কক্ষত এই প্ৰতিবেদন অৰ্পণ কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যৰ কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰখনত এই বেংকটোৱে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ গভৰ্ণিং ব’ডিয়ে ২০১৭ চনৰ ২৯ আগষ্টত এই বেংকটোৰ ৰুগ্নতাৰ কাৰণ আৰু বেংকটোৰ পুনৰুজ্জীৱিতকৰণৰ সম্ভাৱনীয়তা ভালদৰে চাবৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল।

বিশেষজ্ঞ সমিতিয়ে বেংক পৰিচালক, ৰাজ্যৰ সমবায় বিভাগ আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কৰা এলানি আলোচনাৰ অন্ততঃ তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন আজি মুখ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd