• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰিত সোণৰ পদক জিনিলে ওদালগুৰিৰ প্ৰমিলা দৈমাৰীয়ে

NE NOW NEWS চাজিদ খান
ওদালগুৰি , March 7, 2018 11:09 pm

1 min read

assam archer Promila-Daimary-with-her-first-time-individual-gold-medal-along-with-her-coach

প্ৰশিক্ষকৰ সৈতে প্ৰমিলা

95
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ডৰ বেংককত হৈ থকা এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰি প্ৰতিযোগিতাৰ ৰিকাৰ্ভ শাখাত সোণৰ পদক জয় কৰিছে অসমৰ ওদালগুৰিৰ আৰ্চাৰ প্ৰমিলা দৈমাৰীয়ে।

প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰমিলাই ৰাছিয়াৰ নাতালিয়া আৰ্দিনিয়েভাক ৭-৩ ব্যৱধানত পৰাস্ত কৰে।

বিশ্ব ৰেংকিঙৰ ৩০ সংখ্যক স্থানৰ খেলুৱৈ প্ৰমিলাই যোৱা বছৰ মেক্সিক’ত অনুষ্ঠিত হোৱা বিশ্ব আৰ্চাৰি প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

বি টি এ’ ডিৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ওচৰৰ খাগ্ৰাবাৰীৰ দাহ্লাহাবি গাঁৱৰ ২০ বছৰীয়া তৰুণী প্ৰমিলা অবিৰাম আৰু ৰেনুবালা দৈমাৰীৰ দ্বিতীয়া কন্যা।

য়ুনাইটে’দ ব্ৰাদাৰ্চ ক্লাবে যোৱা বছৰ ১৯ মে’ত গুৱাহাটীৰ এক অনুষ্ঠানত আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ সন্মান প্ৰদান কৰিছিল।

যোৱা ২ মাৰ্চৰ পৰা হৈ বেংককত হৈ থকা প্ৰতিযোগিতাখনৰ অহা ৯ মাৰ্চত সামৰণি পৰিব।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd