• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এডভাণ্টেইজ আছাম : অসমৰ উন্নয়নৰ বাবে মুকেশ আম্বানিৰ প্ৰতিশ্ৰুতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 3, 2018 7:47 pm
Industry leader Mukesh Ambani, Reliance Group of Industries delevering lecture during inauguration ceremony of Advantage Assam Global Investor Summit in Guwahati
237
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক বিনিয়োগকাৰীৰ সন্মিলন ‘এডভাণ্টেইজ আছাম’ত অংশগ্ৰহণ কৰাৰ উদেশ্যে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা ৰিলায়েঞ্চে ইণ্ডাছট্ৰিজৰ মুৰব্বী মুকেশ আম্বানি আজি গুৱাহাটীত উপস্থিত হয়।

উদ্যোগপতি গৰাকীয়ে অসমীয়াতে ‘অসমৰ গৰ্বিত ৰাইজ, আপোনালোকে মোৰ শুভেচ্ছা গ্ৰহণ কৰিব’ বুলি সন্মিলনৰ জনসমাগমক সম্বোধন কৰে।

উদ্যোগপতিজনে কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰাৰ লগতে প্রধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অৰ্থনীতিলৈ বিপ্লৱ আনিব বুলি মন্তব্য কৰে।

আম্বানিয়ে তেওঁৰ ভাষণত ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰদান কৰা পাঁচটা প্ৰতিশ্ৰুতি হৈছে:

# ৰিলায়েঞ্চে অসমত আঢ়ৈ হাজাৰ কোটি টকা বিনিয়োগ কৰিব।

# অসম চৰকাৰৰ সহযোগত ৰিলায়েঞ্চে ৰাজ্যখনত এখন বিশ্বমানৰ ফুটবল একাডেমী খুলিব।

# নতুন জীৱিকা সৃষ্টিত সৰ্বাধিক গুৰুত্ব। জিঅ’ই অসমৰ প্ৰায় ২০ হাজাৰ লোকক নিযুক্তি দিছে, ইয়াক ১ লাখলৈ বৃদ্ধিৰ লক্ষ্য।

# অসম চৰকাৰৰ লগত মিলি ৰিলায়েঞ্চে ইণ্ডাছট্ৰিজে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ উদেশ্যে অসমত এটা বিশ্বমানৰ গৱেষণা কেন্দ্ৰ খুলিব।

# ৰিলায়েঞ্চে অসমত থকা তেওঁলোকৰ পেট্ৰল পাম্পৰ সংখ্যা ২৭টাৰ পৰা ১৬৫ বৃদ্ধি কৰিব।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd