DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনআৰচি সম্পৰ্কত প্ৰৰোচনামূলক মন্তব্যৰ বাবে মমতা বেনার্জীৰ বিপক্ষে এজাহাৰ দাখিল বিজেপি যুৱ মৰ্চাৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
July 31, 2018 9:35 pm
মমতা বেনাৰ্জী
90
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টীৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাই আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিপক্ষে এখন এজাহাৰ দাখিল কৰিছে। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে তেওঁৰ বিপক্ষে এজাহাৰ দাখিল কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই। মৰ্চাই অভিযোগ কৰিছে যে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যই সমিলমিলেৰে সহাৱস্থান কৰা সম্প্ৰদায়সমূহৰ মাজত ঘৃণা আৰু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে।

এই এজাহাৰখন ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিনিগৰাকী সদস্য দুলীয়াজনৰ জগদীশ সিং, জয়পুৰৰ মৃদুল কলিতা আৰু নাহৰকটীয়াৰ অমূল্য চেংগিয়াৰীয়ে যুটীয়াভাৱে দাখিল কৰিছে।

IMG-20180731-WA0008

এজাহাৰখনত কোৱা হৈছে— ‘‘অসমৰ ৰাইজে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাখন আন্তৰিকতাৰে গ্ৰহণ কৰিছে। কিন্তু কিছুমান কুবুদ্ধিসম্পন্ন ৰাজনীতিকে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আগবঢ়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শান্তিপূৰ্ণ প্ৰক্ৰিয়াটোত বাধাৰ সৃষ্টি কৰিবলৈ চেলু চাই আছে। এনেধৰণৰ এগৰাকী ৰাজনৈতিক নেতা হৈছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।‘’

মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টোৰ ৰাজনীতিকৰণ কৰি তাৰ পৰা ৰাজনৈতিক লাভ আদায় কৰিবলৈ চেষ্টা কৰি আছে। আমি পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰৰোচনামূলক মন্তব্যৰ সমালোচনা কৰোঁ। ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্য জগদীশ সিঙে এইদৰে কয়।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাখনত ৪০ লাখ লোকৰ নাম বাদ পৰাৰ ঘটনাত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল, ‘‘ ইয়াৰ দ্বাৰা নিজৰ দেশতেই মানুহক শৰণাৰ্থী কৰা হৈছে। এয়া হৈছে বাংলাভাষী আৰু বিহাৰীসকলক অসমৰ পৰা বাহিৰ কৰি দিয়াৰ এটা চেলু।”

Recent News

Kangana Ranaut হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

Kangana Ranaut হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd