• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত বহু খিলঞ্জীয়া ব্যক্তিৰ নাম বাদ পৰিছে : সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 2, 2018 9:21 pm
গৰিয়া-মৰিয়া
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত গৰীয়া মৰিয়া জনগোষ্ঠীৰ লোকসকলৰ অৱদান আছে। ভাষা আন্দোলন, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন,স্বাধীনতা আন্দোলন,অসম আন্দোলনকে ধৰি বিভিন্ন ক্ষেত্ৰত গৰীয়া মৰিয়া জনগোষ্ঠীৰ লোক সকলৰ উল্লেখনীয় অৱদান আছে।

অসমত যুগে যুগে এই সকল খিলঞ্জীয়ালোক বসবাস কৰি থকাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰাত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰা কাৰ্য অতিকে দুৰ্ভাগ্যজনক। এই মন্তব্য সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মইনুল হকৰ।

Apply Now

আজি আবেলি ৪ বজাত বাক্সা জিলাৰ তামুলপুৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সাধাৰণ সম্পাদকজনে এনেদৰে মন্তব্য কৰে। সংবাদমেলত মইনুল হকে  কয় যে এন আৰ চিৰ দ্বিতীয় খচৰাত এনে বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে। অকল বাক্সা  জিলাতেই ৭৫ শতাংশ গৰীয়া মৰিয়া লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত  অন্তৰ্ভুক্ত নোহোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে আন নালাগে স্বয়ং সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্ৰফ আলিৰ নাম দ্বিতীয় খচৰাত বাদ পৰি গৈছে।

লক্ষণীয়ভাবে  আশ্ৰফ আলি আৰু তেওঁৰ ভতিজা এগৰাকীৰ নাম এন আৰ চিৰ প্ৰথম খচৰাত অন্তৰ্ভুক্ত হৈছিল বুলিও তেওঁ সংবাদ মেলখনত সদৰী কৰে। তেওঁ কয় যে ৰজা দিনীয়া পৰিয়ালৰো ভালে সংখ্যক পৰিয়াল তথা ব্যক্তিৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নহ’ল। সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে অসমত এখন বিদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰে বুলি হকে উল্লেখ কৰি এন আৰ চিৰ চূড়ান্ত খচৰাত ইতিমধ্যে বহু ”ডি” ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি সংবাদ মেলত অভিযোগ কৰে।

আনহাতে, এন আৰ চিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা খিলঞ্জীয়া লোকৰ আবেদন পত্ৰ পূৰণৰ ক্ষেত্ৰত সহজ প্ৰক্ৰিয়া অৱলম্বন কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়। তেওঁ লগতে আবেদন পত্ৰ পূৰণ কৰা ব্যক্তিৰ ঘৰে ঘৰে গৈ নথি পত্ৰ পৰীক্ষা কৰাৰ বাবেও আহ্বান জনায়। এন আৰ চিৰ চূড়ান্ত খচৰাত বহু খিলঞ্জীয়াৰ নাম অন্তৰ্ভুক্ত নোহোৱা কাৰ্যত তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰি এন আৰ চিৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এনে কাৰ্য সংঘটিত হোৱা বুলি তেওঁ মন্তব্য কৰে।

সংবাদ মেলখনৰ জৰিয়তে মইনুল  হকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সংসদত গ্ৰহণ কৰা ভূমিকাক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই পৰ্যন্ত সংসদত এন আৰ চি সম্পৰ্কে নীৰৱ ভূমিকা গ্ৰহণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে হকে। ইপিনে বি জে পি নেতা অমিত শ্বাহে এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰা ৪০ লক্ষাধিক লোক বিদেশী বুলি কৰা মন্তব্যকো তেওঁ গৰিহণা দিয়ে।

সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে দ্বিতীয় খচৰাত বাদ পৰি যোৱা খিলঞ্জীয়া লোকসকলৰ নাম অন্তৰ্ভুক্ত কৰি তৃতীয় খচৰা এখন প্ৰকাশ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd