• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ ভূঞা আৰু অভিজিৎ শৰ্মালৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ বঁটা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 5, 2018 8:55 pm

1 min read

এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ ভূঞা আৰু অভিজিৎ শৰ্মালৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ বঁটা
79
VIEWS
Share on FacebookShare on Twitter

‘এন আৰ চিৰ সমাপ্তিত এ পি ডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মালৈ চহিদ খৰ্গেশ্বৰ তালুকদাৰ সোঁৱৰণি বঁটা আৰু সমাজসেৱক প্ৰদীপ ভূঞালৈ হেমাই বড়ি সত্ৰৰ বৰবায়ন স্বৰ্গীয় গোৰাই বায়ন কলিতা সোঁৱৰণি বঁটা প্ৰদান কৰা হ’ব।’

আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

উল্লেখযোগ্য যে, অহা ১০ ডিচেম্বৰত দুয়োগৰাকীকে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে উক্ত বঁটা দুটা প্ৰদান কৰিব বুলি কলিতাই আজিৰ সংবাদমেলত জানিবলৈ দিয়ে। প্ৰদীপ ভূঞা আৰু অভিজিৎ শৰ্মাই  বিদেশী মুক্ত অসম গঢ়াৰ স্বাৰ্থত নিজৰ স্বাৰ্থত্যাগ আগবাঢ়ি উলাই অহা বুলি উল্লেখ কৰি তেওঁ কয়, ‘ভোটবেংকৰ স্বাৰ্থত কংগ্ৰেছ, বিজেপি, অগপ, এ আই য়ু ডি এফে এন আৰ চিৰ কৃতিত্ব লোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে। এই কথা অসমবাসীৰ বাবে লজ্জাজনক।’

আনহাতে, উক্ত সংবাদমেলতে তেওঁ অন্য এক প্ৰসংগ উত্থাপন কৰি কয়, ‘এন আৰ চি সম্পূৰ্ণ নোহোৱাৰ সময়তে মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত কিছুমান লোকে চেক গেট পাতি সাধাৰণ জনসাধাৰণক হাৰাশাস্তি কৰিছে, যাৰ ফলত ৰাজ্যকেইখনৰ লগত অসমৰ সংঘাত সৃষ্টি হোৱাৰ আশংকা দেখা গৈছে।’

ইয়াৰ উপৰি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বেই অসম চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা কৰি এক সু-সিদ্ধান্ত গ্ৰহণ কৰিব লাগে প্ৰদীপ কলিতাই অসম চৰকাৰক আহ্বান জনায়।

Recent News

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd