DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ কাম-কাজে ক্ষতি কৰিছে শিক্ষা ব্যৱস্থাক

সুকৃতি গগৈ by সুকৃতি গগৈ
December 27, 2017 7:10 pm
এন আৰ চিৰ কাম-কাজে ক্ষতি কৰিছে শিক্ষা ব্যৱস্থাক
164
VIEWS
Share on FacebookShare on Twitter

‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খচৰা অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত’, কামৰূপ মহানগৰ এন আৰ চিৰ জিলা প্ৰকল্প পৰ্যৱেক্ষক কৌশিক মহন্তই কয়, ‘প্ৰায় ২৪০ জন স্কুল শিক্ষকক এন আৰ চিৰ কাম-কাজৰ বাবে মকৰল কৰা হৈছে।’ শিক্ষকসকলক কিছুমান এন আৰ চি সেৱা কেন্দ্ৰৰ কামৰ বোজা কমাবৰ বাবে আৰু কিছু সংখ্যকক ক্ষেত্ৰ পৰিদৰ্শন দলৰ বাবে নিয়োগ কৰা হৈছে। এই নিযুক্তিয়ে শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ ২৭ নং ধাৰা উলংঘা কৰিছে। উল্লেখযোগ্য যে এই আইনে ‘শিক্ষকক অশৈক্ষিক কাম-কাজত নিয়োগ’ক নিষিদ্ধ কৰিছে। কামৰূপ (মহানগৰ) জিলাৰ এন আৰ চিৰ জিলা প্ৰকল্প পৰ্যৱেক্ষক কৌশিক মহন্তই জনোৱা অনুসৰি কামৰূপ (মহানগৰ) জিলাত এন আৰ চিৰ প্ৰক্ৰিয়াৰ সৈতে ১১০০ গৰাকী বিদ্যালয় শিক্ষক জড়িত হৈ আছে। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁলোক খণ্ড পৰ্যায়ৰ বিষয়া আছিল আৰু ২০১৫ চনৰ আগছোৱাৰে পৰা তেওঁলোক ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া হিচাপে নিযুক্ত হৈ আছিল। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সময়মতে  শেষ কৰিবৰ বাবে কি বৱস্থা গ্ৰহণ কৰা হৈছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কিছুদিন পূৰ্বে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতিক হাজেলাই নৰ্থ ইষ্ট নাওক জনাইছিল, ‘আমি সমগ্ৰ ৰাজ্যতে কৰ্মীৰ সংখ্যা ১৭ হাজাৰৰ পৰা ২৫ হাজাৰ গৰাকীলৈ বৃদ্ধি কৰিছো।’

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd