• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ কাৰ্য্যালয়ত উপায়ুক্তসকলৰ বাবে বংশবৃক্ষৰ পুনৰীক্ষণৰ প্ৰশিক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 10:24 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত উন্নীতকৃত হৈ থকা নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাত নাম বাদ পৰা ভাৰতীয় নাগৰিকসকলে আগ্ৰহ তথা উৎকণ্ঠাৰে অপেক্ষা কৰি আছে দ্বিতীয় তথা চূড়ান্ত খচৰা প্ৰকাশ পোৱালৈ। কেতিয়া এই দ্বিতীয় খচৰা প্ৰকাশ পাব সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ পৰা তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষৰ পৰা একো স্পষ্ট ঘোষণা অহা নাই যদিও অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব এন আৰ চিৰ প্ৰ-পত্ৰৰ অন্তিম পৰ্যায়ৰ বংশবৃক্ষ পুনৰীক্ষণ। চৰকাৰৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে এমাহৰ ভিতৰত, অৰ্থাৎ ১৫ ফেব্ৰুৱাৰিৰ পৰা ১৫ মাৰ্চৰ ভিতৰত এন আৰ চিৰ প্ৰ-পত্ৰৰ বংশবৃক্ষৰ পুনৰীক্ষণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

উল্লেখযোগ্য যে প্ৰথম খচৰাত প্ৰায় ২ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল যদিও বহু সংখ্যক নাগৰিকৰ নাম বাদ পৰাত জনসাধাৰণৰ মাজত চূড়ান্ত অসন্তুষ্টি দেখা পোৱা গৈছিল। আনকি একেটা পৰিয়ালৰ নাম আংশিক ৰূপতহে অন্তৰ্ভুক্ত হৈছিল প্ৰথম খচৰাত।

Apply Now

এন আৰ চি কৰ্তৃপক্ষ তথা চৰকাৰে এইসকল লোকক শংকিত নহ’বলৈ আৰু দ্বিতীয় খচৰাত প্ৰকাশ হোৱালৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছিল।

জানিব পৰামতে দ্বিতীয় খচৰাৰ কাম খৰতকীয়া কৰিবৰ বাবে ৩০ জানুৱাৰিত দেশৰ মহাপঞ্জীয়ক শ্ৰী শৈলেশে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ সৈতে ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ লগত দিচপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

সূত্ৰটোৱে কয় যে বিভিন্ন জিলাৰ উপায়ুক্তসকলক গুৱাহাটীৰ ভঙাগড়স্থিত এন আৰ চিৰ কাৰ্যালয়ত বংশবৃক্ষ পুনৰীক্ষণ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অহা ৩১ জানুৱাৰি আৰু ১ ফেব্ৰুৱাৰি ধৰি এই প্ৰশিক্ষণ চলি থাকিব।

৩১ জানুৱাৰিত এন আৰ চিৰ সৈতে জড়িত ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলক আৰু বৃহস্পতিবাৰে এল আৰ চি আৰ সকলক এন আৰ চিৰ কাৰ্যালয়ত এই প্ৰশিক্ষণ দিয়া হ’ব।

উল্লেখযোগ্য যে অহা ২০  ফেব্ৰুৱাৰিত উচ্চ ন্যায়ালয়ে এন আৰ চি সম্পৰ্কীয় পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd