• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰা : ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই

আচিফ ইব্ৰাহিম by আচিফ ইব্ৰাহিম
July 19, 2018 4:16 pm
22-05-18-Guwahati-Ripun-Bora-press-conference-4-570x320 (1)

ৰিপুন বৰাৰ সংবাদমেলৰ ফাইল ফটো : ইউ বি ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই কেইবালাখো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ দিবলৈ এন আৰ চি কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপ বন্ধ কৰিবলৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে।

বৃহস্পতিবাৰে ৰাজনাথ সিঙলৈ লিখা এখন পত্ৰত বৰাই অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে।

Apply Now

পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা পোৱা তথ্যতই প্ৰকাশ কৰিছে যে কেইবালাখো ভাৰতীয় নাগৰিকে ৰাজ্যখনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ‘ৰাজনৈতিক ষডযন্ত্ৰ’ৰ বাবে এন আৰ চিৰ চূড়ান্ত খচৰাত তেওঁলোকৰ নাম বিচাৰি নাপাব।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পত্ৰখনত অভিযোগ কৰে যে ৰাজ্য চৰকাৰে ‘ধৰ্মীয় মেৰুকৰণ’ৰ জৰিয়তে ৰাজনৈতিক লাভৰ বাবে এন আৰ চিৰ ‘অপব্যৱহাৰ’ কৰিব বিচাৰিছে।

বৰাই লগতে কয় যে কংগ্ৰেছে যদিও ডি-ভোটাৰ আৰু তেওঁলোকৰ অঙহী-বঙহীৰ নাম এন আৰ চিৰ চূডান্ত খচৰাৰ পৰা বাদ দিয়াত আপত্তি কৰা নাই, কিন্তু উদ্বেগ প্ৰকাশ কৰে যে কেইবালাখো ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘু আৰু নেপালী লোকৰ নাম এন আৰ চিৰ চূডান্ত খচৰাৰ পৰা বাদ পৰিব।

বৰাই লগতে অভিযোগ কৰে যে যদিও উচ্চতম ন্যায়ালয়ে বিবাহিত মহিলাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সচিবে প্ৰদান কৰা প্ৰমান পত্ৰ সংযোগী নথি হিচাপে বিবেচনা কৰিবলৈ অনুমতি দিছে, কিন্তু এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াসকলে ‘নিৰ্দিষ্ট অভিপ্ৰায়’ৰে সেইবোৰ পুনৰীক্ষণৰ সময়ত প্ৰত্যাখ্যান কৰিছে।

বৰাই তেওঁৰ পত্ৰখনত লগতে শংকা প্ৰকাশ কৰিছে যে কিছুমান ন্যস্ত স্বাৰ্থজনিত গোট তথা সমাজ বিৰোধী শক্তিয়ে নাম বাদ পৰা সেই প্ৰকৃত ভাৰতীয় নাগৰিকসকলক উচটনি দি সামাজিক বিশৃংখলা সৃষ্ট কৰাৰ সুযোগ ল’ব পাৰে।

 

আচিফ ইব্ৰাহিম

আচিফ ইব্ৰাহিম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd