• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ চূড়ান্ত খচৰাতো থাকিল পৰেশ বৰুৱাৰ নাম; নাহিল পত্নী-পুত্ৰদ্বয়ৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2018 3:23 pm
228
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ পৰা অসমৰ স্বাধীনতা বিচাৰি প্ৰায় ৪ দশক ধৰি সশস্ত্ৰ বিদ্ৰোহৰ গুৰু ধৰি অহা আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম আজি প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে নাহিল তেওঁৰ পত্নী ববী ভূঞা বৰুৱা আৰু দুই পুত্ৰ ক্ৰমে অৰিন্দম বৰুৱা আৰু আকাশ বৰুৱাৰ নাম।

উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰি অহা নেতাজনৰ নাম এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত হ’ব নে নহয় সেই লৈ সকলোৰে এটা উৎসুকতা আছিল।

মন কৰিব লগীয়া কথাটো হ’ল পৰেশ বৰুৱাৰ নাম যোৱা ৩১ ডিচেম্বৰত প্ৰকাশ পোৱা প্ৰথম খচৰাতো আছিল।

অৱশ্যে এন আৰ চিৰ খচৰাত নিজৰ নাম থকা আৰু পত্নী-পুত্ৰদ্বয়ৰ নাম নথকা সন্দৰ্ভত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মন্তব্য এই প্ৰতিবেদন লিখালৈকে জানিব পৰা হোৱা নাই।

আনহাতে, আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনৰ পত্নী-পুত্ৰদ্বয় ক’ত আছে তাৰ শেহতীয়া সঠিক তথ্য নাই যদিও বৰ্তমান তেওঁলোক বাংলাদেশতে থকাৰ সম্ভাৱনা বেছি বুলি এটা সূত্ৰই দাবী কৰিছে।

উল্লেখযোগ্য যে আজি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইয়াৰ চূড়ান্ত খচৰাখন প্ৰকাশ কৰা হৈছে, য’ত ২,৮৯,৮৩,৬৬৭জনৰ নাম অসমৰ ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd