• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ পৰ্যবেক্ষক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন সঞ্চালকৰ আকস্মিক ধিং এফ আৰ ইউ পৰিদৰ্শন

NE NOW NEWS মিণ্টু দাস
নগাঁও , July 31, 2018 10:27 am

1 min read

ৰাষ্ট্রীয় স্বাস্থ্য মিশ্যন সঞ্চালক
109
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ ৰাজ্যিক পৰ্যবেক্ষক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ সঞ্চালক ডা° জে বি এন সুব্ৰমনিয়ামে সোমবাৰে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ বিভিন্ন স্থানত থকা এন আৰ চি সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ অন্তত বটদ্ৰবা মৌজাৰ বৃহত্তৰ অঞ্চলটোৰ কেন্দ্ৰ স্থানত অৱস্থিত ধিং এফ আৰ ইউ খনত আকস্মিকভাৱে উপস্থিত হয়।

বিষয়াগৰাকীয়ে চিকিৎসালয়খনৰ আন্ত:গাঁথনি, ঔষধৰ ভঁ‌ড়াল, অনাময় ব্যৱস্থাপনা, চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ উপস্থিতি-অনুপস্থিতি, অস্ত্ৰোপ্ৰচাৰ কক্ষ ইত্যাদি চিকিৎসালয়খনৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে।

তেওঁ লগতে ঔষধৰ ভঁ‌ড়ালৰ দায়িত্বত থকা ফাৰ্মাচিষ্টগৰকীৰ পৰা চৰকাৰীভাৱে যোগান ধৰা ঔষধৰ লগত চিকিৎসালয়ত জমা থকা ঔষধৰ তথ্য সংলগ্ন তালিকা পৰীক্ষা কৰি অমিল হোৱাৰ অপৰাধত জিলা উপায়ুক্ত আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে।

ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিশ্যনৰ সঞ্চালকগৰাকীক নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰ, অতিৰিক্ত উপায়ুক্ত লাচিত দাস আৰু ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃনাল বৰাকে প্ৰমুখ্য কৰি বিষয়াসকলে সংগ দিয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন সঞ্চালকগৰাকীয়ে চৰকাৰী চিকিৎসালয়ত ৰোগীক অৱহেলা কৰা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে ।

Recent News

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

aa del

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd