• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ সৌজন্যত সৰভোগত ৫০ বছৰৰ পিছত মিলন এটা পৰিয়ালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2018 1:36 pm

1 min read

এন আৰ চি
79
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ সৰভোগ চহৰৰ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদৰ ভিতৰত থকা এন আৰ চিৰ কাৰ্যালয়ত বুধবাৰে এক আনন্দমুখৰ পৰিৱেশৰ সষ্টি হয়।

বৰাকৰ কাছাৰ জিলাৰ লক্ষীচৰা গাওঁৰ জয়ধন ৰাজৱংশী (৬০) নামৰ ব্যক্তিগৰাকীয়ে  ঘৰৰ সদস্যৰ লগত মতানৈক্য ঘটি ঘৰৰ পৰা গুছি আহিছিল।

পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত কামকাজ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। অৱশেষত জয়ধনে পাঠশালাৰ নলীগাঁৱত নিজৰ পত্নী আৰু একমাত্ৰ কন্যাক লৈ নিগাজিকৈ থাকিবলৈ লৈছিল।

safe_image

ঘৰৰ পৰা গুছি অহাৰ পিছৰে পৰা পৰিয়ালৰ কোনো সদস্যৰ লগত জয়ধনৰ কোনো যোগাযোগ নাছিল।

বুধবাৰে  এন আৰ চিৰ বংশ বৃক্ষৰ পৰীক্ষণৰ কাৰণে সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰৰ চৌহদৰ ভিতৰত থকা এনআৰচিৰ কেন্দ্ৰত জয়ধন উপস্থিত হৈছিল।

ইয়াতেই ৫০বছৰ পিছত জয়ধনৰ মিলন ঘটে তেওঁৰ ভাতৃৰ ল’ৰা কালালেশ্বৰ ৰাজৱংশী(৩০) আৰু নাতী ল’ৰা সুজিত কুমাৰ ৰাজৱংশীৰ(২৫) সৈতে।

সুদীৰ্ঘ ৫০ বছৰৰ পিছত নিজৰ পৰিয়ালৰ লোকৰ লগত মিলিত হৈ জয়ধন ৰাজবংশী আনন্দত আত্মহাৰা হৈ পৰে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৌজন্যত পৰিচয় সূত্ৰ হেৰাই যাব খোজা এটা পৰিয়ালৰ মাজলৈ ঘুৰি আহিল নতুন জীৱন।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd