• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ নথিত বিসংগতিৰ বাবে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদলৈ জাননী প্ৰেৰণ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গুৱাহাটী , December 6, 2017 12:30 pm

1 min read

এন আৰ চিৰ নথিত বিসংগতিৰ বাবে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদলৈ জাননী প্ৰেৰণ
70
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) উন্নীতকৰণ কৰ্তৃপক্ষই কালি জাননী জাৰি কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদলৈ। ভাৰতীয় নাগৰিক হিচাপে তেওঁ দাখিল কৰা তথ্য বিভ্ৰান্তিকৰ বুলি কৰ্তৃপক্ষই এই জাননীত প্ৰাক্তন মন্ত্ৰীজনক জনায়। জাননীখন আহি পোৱাৰ লগে লগে প্ৰাক্তন মন্ত্ৰী জনৰ বাসগৃহত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। জাননীখন প্ৰেৰণ কৰাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ অন্তৰ্নিহিত থকা বুলি প্ৰাক্তন সমবায় মন্ত্ৰীজনে কয়। উল্লেখ্য যে এন আৰ চিৰ নথি ( বি ) পৰ্যাপ্ত নহয় বুলি কৰ্তৃপক্ষৰ ফালৰ পৰা এই পত্ৰ খন আহিছে। এই  প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ ফলত এন আৰ চি কৰ্তপক্ষই পুনৰ তেওঁৰ আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলৰ নথি সমূহ পুনৰীক্ষণ কৰিব বুলি জনায়। জাননীখন লাভ কৰি তেওঁ কয় যে পিতৃ আব্দুল ৰেকিবৰ নামত ১৯৫১ চনৰ লিগেচি ডাটা এন আৰ চিৰ বাবে দাখিল কৰিছে। আনহাতে তেওঁৰ ককাৰ নামত থকা ১৮৩২ চনৰ মাটিৰ নথিও দাখিল কৰা বুলি জনায়। এনেক্ষেত্ৰত ভাৰতীয় নাগৰিক নোহোৱাৰ সন্দেহত প্ৰেৰণ কৰা জাননী খনৰ আঁৰত ৰহস্যৰ গোন্ধ পোৱা বুলি তেওঁ প্ৰকাশ কৰে। অৱশ্যে নথি পৰীক্ষা কাৰ্যসূচীত কৰ্তৃপক্ষক সম্পূৰ্ণ সহযোগিতা কৰিব বুলি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd