DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি হ’ব অসমৰ খিলঞ্জীয়া মানুহৰ বাবে ৰক্ষাকৱচ: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 9:26 am
dr samujjal kumar bhattacharya
134
VIEWS
Share on FacebookShare on Twitter

‘অসমত অবৈধ বাংলাদেশী নাগৰিকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। কোনো অবৈধ বাংলাদেশী নাগৰিকৰ নাম যাতে এন আৰ চিত সোমাব নোৱাৰে, তাৰ বাবে এন আৰ চিত জড়িত থকা জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা বিষয়া-কৰ্মচাৰীসকল সজাগ হৈ থাকিব লাগিব’। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ই টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সাংবাদিকৰ আগত এনেদৰে কয়।

আছুৰ শীৰ্ষ নেতাগৰাকীয়ে লগতে কয় যে এন আৰ চিৰ জৰিয়তে জাতীয় দায়িত্ব পালন কৰি থকা বিষয়া-কৰ্মচাৰীসকলৰ ওপৰতে নিৰ্ভৰ অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যৎ। তেওঁ লগতে কয় অবৈধ বাংলাদেশী নাগৰিকৰ নামমুক্ত এন আৰ চি হ’ব অসমৰ খিলঞ্জীয়া মানুহৰ বাবে ৰক্ষাকৱচ।

আনহাতে মুখ্য উপদেষ্টাগৰাকীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক আৰু অৰ্থনৈতিক ৰক্ষাকৱচ দাবী কৰি ভাৰতৰ প্ৰধান মন্ত্ৰীক অসমৰ খিলঞ্জীয়া লোকৰ মন কী বাত শুনি অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়।

আনহাতে ভট্টাচাৰ্যক সাংবাদিকে বি টি চিৰ ভূমি নীতি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বি টি এ ডিৰ খিলঞ্জীয়া লোকৰ ভূমিকে ধৰি সকলো স্বাৰ্থ সুৰক্ষিত হৈ থাকিব লাগিব বুলি মত পোষণ কৰে।

ইয়াৰ উপৰি বিধানসভাৰ অধ্যক্ষৰ উদ্যোগত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু শিক্ষক সংগঠনৰ মাজত শৈক্ষিক দিশৰ ওপৰত হোৱা আলোচনাৰ নতুন পদক্ষেপকো আদৰণি জনাই উপদেষ্টা ভট্টাচাৰ্যই।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd