• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন এছ চি এনৰ গুলীৰ আঘাতৰ পৰা কথমপি বাচিল অসমৰ চেলেং চাহ বাগিচাৰ পৰিচালক

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , July 24, 2018 10:29 pm

1 min read

NSCN_I-M_
73
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া মৰিয়নিৰ ওচৰত অসম-নাগালেণ্ড সীমান্তত থকা চেলেং চাহ বাগিচাত আজি নাগা বিদ্ৰোহী এন এছ চি এনৰ এটা দলে চাহ বাগিচাখনৰ পৰিচালক আৰু সহ-পৰিচালকলৈ গুলী চালনাৰ ঘটনা ঘটে। দুয়োজনে দৌৰি পলাই সাৰে যদিও তেওঁলোকক ভালেমান দূৰলৈকে এন এছ চি এনৰ দলটোৱে খেদি যায়।

জানিব পৰামতে, বাগিচাখনৰ পৰিচালক প্ৰদীপ ফুকনক কিছু দিনৰ পূৰ্বে এন এছ চি এনে পত্ৰযোগে ৬০ লাখ টকাৰ কৰ দাবী কৰি আহিছিল।

আজি পৰিচালক প্ৰদীপ ফুকন আৰু তেওঁৰ সহযোগী সূৰ্য দেৱনাথে তেওঁলোকৰ বাগিচাৰ এটা শাখা ৰনখাম শাখা পৰিদৰ্শনৰ বাবে যোৱাৰ সময়তে এই ঘটনাটো ঘটে।

এছ চি এনৰ দলটোৱে তেওঁলোকক লক্ষ্য কৰি গুলীয়ায় যদিও দুয়ো বাগিচাৰ মাজেৰে দৌৰাত কথমপি ৰক্ষা পৰে।

আনহাতে ঘটনাৰ পিছত যোৰাহাট জিলা আৰক্ষী অধীক্ষক, সীমান্ত আৰক্ষী অধীক্ষক, আৰু প্ৰথম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্টত দেৱাশিস শৰ্মাই আৰক্ষী বাহিনী লৈ ঘটনাস্থলত উপস্থিত হয়।

ইতিমধ্যে ঘটনাটো তদন্ত কৰিবলৈ দিয়া বুলি আৰক্ষী বিষয়াকেইজনে জানিবলৈ দিছে।

মন কৰিব লগীয়া যে নাগা বিদ্ৰোহীয়ে সীমান্তৰ অসমীয়া সাধাৰণ ৰাইজক প্ৰায়ে কৰ দাবী ইত্যাদিৰে হাৰাশাস্তি কৰি আহিছে। কোনোখন ৰাজ্য চৰকাৰেই সীমান্তত থকা সাধাৰণ অসমীয়া লোকসকলৰ জীৱনৰ নিৰাপত্তা দিব পৰা নাই।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd