• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এমাহত মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰক অন্যথা ৰাইজৰ ওচৰত বিধায়ক ভাস্কৰ শৰ্মাই ক্ষমা বিচাৰক : মাৰ্ঘেৰিটা আছু

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 18, 2018 5:34 pm
94
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনত বিধানসভাৰ নিৰ্বাচনত তথাকথিত পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনভাৰ গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুবছৰ অতিক্ৰম কৰাৰ পিছতো বিধায়ক ভাস্কৰ শৰ্মাৰ নিজা সমষ্টি মাৰ্ঘেৰিটাৰ যাতায়াতৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজক জ্বলাকলা খুৱাইছে।

ফলত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰেছ বিবৃতি যোগে বিধায়ক ভাস্কৰ শৰ্মাক দাবী জনাই কয় যে, ‘আগন্তুক এমাহৰ ভিতৰত মাৰ্ঘেৰিটা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা সমাধান কৰক অন্যথা মাৰ্ঘেৰিটা ৰাইজৰ ওচৰত এই পথ মেৰামতি কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰক।

লগতে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এই বিবৃতি যোগে অঞ্চলটোৰ এই জৰাৰ্জীণ ৰাষ্ট্ৰীয় ঘাইপথৰ সংক্ৰান্তত বিধানসভাত মাত মাতিব নোৱাৰাটোৱে বিধায়ক ভাস্কৰ শৰ্মাৰ নিজৰ সমষ্টিটোৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অলপো যে দায়বদ্ধ নহয় তাকে প্ৰমাণিত কৰিছে বুলি কয়।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ মহকুমাৰ চহৰৰ মাজেদি পাৰ হৈ যোৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জনসাধাৰণক জলা-কলা খুৱাইছে। সাধাৰণ পথচাৰীৰ পৰা আৰম্ভ কৰি ৰোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, দুচকীয়-তিনিচকীয়া বাহনত যাতায়াত কৰা যাত্ৰীসকলে প্ৰতিদিনে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

ইতিমধ্যে এই জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটি নতুনকৈ নিৰ্মাণ কৰাৰ দাবীত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনে কেতবোৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰ-প্ৰশাসনে বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

ফলত আজি অনতিপলমে মাৰ্ঘেৰিটাৰ লগতে অসমৰ আন আন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd