DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এসময়ৰ ৰাজ্যিক ফুটবল খেলুৱৈৰ আজি নাই নিম্নতম আৰ্থিক সম্বল

হিতুৎজ্জ্বল চেতিয়া by হিতুৎজ্জ্বল চেতিয়া
December 1, 2017 4:50 pm
এসময়ৰ ৰাজ্যিক ফুটবল খেলুৱৈৰ আজি নাই নিম্নতম আৰ্থিক সম্বল

প্ৰাক্তন ৰাজ্যিক খেলুৱৈ তুলতুল দত্ত।

93
VIEWS
Share on FacebookShare on Twitter

এসময়ত অসমৰ ৰাজ্যিক ফুটবল দলক প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ তুলতুল দত্তৰ অৱস্থা অতি দুখজনক। পেটৰ ভাতমুঠিৰ বাবেও এতিয়া তেওঁ কঠোৰ সংগ্ৰাম কৰিব লগীয়া হয়। এসময়ৰ সুদক্ষ খেলুৱৈজনে এতিয়া বজাৰত পাচলিৰ দোকান দি জীৱনৰ নিম্নতম প্ৰয়োজনখিনি পূৰাবৰ চেষ্টাত ব্যস্ত থাকে। অথচ তেওঁ এসময়ত অসমক প্ৰতিনিধিত্ব কৰি সন্তোষ ট্ৰফীতো খেলিছিল। কিন্তু এসময়ত সফল খেলুৱৈ হিচাপে নাম থকাৰ পিছতো আজিলৈকে তেওঁ নাপালে অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চন। এয়া কেৱল আক্ষেপৰ কথাই নহয়, হতাশাৰো কাৰণ। অৱশ্যে প্ৰাক্তন খেলুৱৈ শ্ৰী দত্তই মনত কোনো আক্ষেপ নাই বুলি জানিবলৈ দিয়ে। তেওঁ জীৱন নিৰ্বাহৰ বাবে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কে পি চাৰিআলিত পথৰ কাষতে পাচলিৰ দোকান দিয়ে। তেওঁৰ প্ৰতি চকু মেলি চাবলৈ আৰু অন্ততঃ ক্ৰীড়া পেন্সনটো দিবলৈ অসম চৰকাৰক স্থানীয় ৰাইজে আহ্বান জনাইছে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd