• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ পি এছ চিৰ কেলেংকাৰি : তদন্তৰ বাবে সময় সীমা বৃদ্ধি কৰিলে আদালতে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 11:43 am
APSC-building.-570x320
117
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ কেলেংকাৰিৰ চলি থকা তদন্তৰ বাবে আৰক্ষীক সময়সীমা বৃদ্ধি কৰি দিছে বিশেষ আদালতে। আয়োগৰ বিয়াগোম কেলেংকাৰিৰ গোচৰটোৰ তদন্ত এতিয়াই সম্পূৰ্ণ কৰাত অসুবিধা হোৱাৰ বাবে অতিৰিক্ত তিনি মাহ সময় বিচাৰি আদালতত তদন্তকাৰী আৰক্ষীয়ে আৱেদন কৰিছিল।

ডিব্ৰুগড় আৰক্ষীয়ে চলাই থকা এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত আছে যদিও তদন্তকাৰী আৰক্ষীয়ে প্ৰক্ৰিয়াটোত আৰু কিছু সময়ৰ প্ৰয়োজন অনুভৱ কৰিছে। আৰক্ষীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছত সোমবাৰে আদালতে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীক তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু দুমাহ সময় বৃদ্ধি কৰি দিয়ে।

ইপিনে, সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ কন্যা ধৃত ডি এছ পি পল্লৱী শৰ্মাই পিতৃৰ অসুস্থতাৰ দোহাই দি সোমবাৰে পুনৰবাৰ বিশেষ আদালতত জামিন আৱেদন দাখিল কৰে। সোমবাৰে পিতৃৰ অসুস্থতাৰ তথ্য আদালতত দাখিল কৰি পল্লৱী শৰ্মাই অসুস্থ পিতৃৰ শুশ্ৰূষা কৰাৰ বাবে জামিন বিচাৰে।

আদালতত কৰা আৱেদনত পল্লৱীয়ে তেওঁৰ পিতৃ বৃক্কৰ ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ কথা উল্লেখ কৰিছে। কলকাতাত অহা ৩০ জুলাইত পিতৃৰ জটিল অস্ত্ৰোপচাৰ হ’ব বুলি নথি-পত্ৰ দাখিল কৰি অস্ত্ৰোপচাৰৰ পাছত তেওঁক শুশ্ৰূষা কৰিবলৈ মানুহৰ অভাৱ বুলি কাৰণ দৰ্শাইছে। সেয়ে, তেওঁক সেই দায়িত্ব পালন কৰিবৰ বাবে জামিন বিচাৰি আৱেদন জনাইছে।

আনহাতে, আদালতে সোমবাৰে তেওঁৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পৰিৱৰ্তে অহা ২৫ জুলাইত শুনানিৰ দিন ধাৰ্য কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd