• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ উত্তৰবহী উদ্ধাৰ হোৱা ফ্লেটটোৰ গৰাকী গোপাল চন্দ্ৰ বৰাক ডিব্ৰুগড় আৰক্ষীৰ জেৰা

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , April 28, 2018 9:50 pm

1 min read

এ পি এছ চিৰ উত্তৰবহী উদ্ধাৰ হোৱা ফ্লেটটোৰ গৰাকী গোপাল চন্দ্ৰ বৰাক ডিব্ৰুগড় আৰক্ষীৰ জেৰা
85
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৫ এপ্ৰিলত গুৱাহাটীৰ ভঙাগড়স্থিত অম্বিকা শ্ৰী হৰি এপাৰ্টমেন্টৰ এটা ফ্লেটত এ পি এছ চিৰ উত্তৰবহী জব্দ হোৱা ঘটনা সংক্ৰান্তত উক্ত  ফ্লেটটোৰ গৰাকী গোপাল চন্দ্ৰ বৰাক আজি ডিব্ৰুগড় আৰক্ষীয়ে জেৰা চলায়।

ডিব্ৰুগড় আৰক্ষী থানাত আজি পুৱাৰে পৰা ৬ ঘণ্টাতকৈ অধিক সময়ধৰি জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে তেওঁক জাবলৈ অনুমতি দিয়ে।

উল্লেখযোগ্য যে ২৫ এপ্ৰিলৰ মাজৰাতি ডিব্ৰুগড় আৰক্ষীয়ে ভঙাগড়ৰ শ্ৰী হৰি এপাৰ্টমেন্টৰ ৫ম মহলাত থকা গোৱালপাৰাৰ দুধনৈৰ ঠিকাদাৰ গোপাল চন্দ্ৰ বৰাৰ ফ্লেটৰ পৰা এ’ পি এছ চি ( APSC )ৰ ২০০ খন নিলিখা বহীৰ লগতে আন ৩০০ খন উত্তৰ বহী উদ্ধাৰ কৰিছিল।

অসম লোকসেৱা আয়োগৰ ল’গ’ থকা জব্দ কৰা উত্তৰ বহীসমূহ পিছত ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

লোকজনক জেৰা কৰাৰ কথা জানিবলৈ দি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধিক্ষক সুৰজিত সিং পানেশ্বৰে কয় যে বৰাই জনোৱা মতে তেওঁ এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক ফ্লেটটো ভাড়াত দিছিল। ১৫ দিন পূৰ্বে ৰাকেশ পালৰ পত্নীয়ে বৰাক ফ্লেটৰ চাবি উভতাই দিছিল বুলি তেওঁ আৰক্ষীৰ আগত উল্লেখ কৰে।

বৰ্তমান তেওঁক যাবলৈ দিয়া হৈছে বুলি জানিবলৈ দি পানেশ্বৰে কয় যে অহা ৪ মে’ত পুনৰ তেওঁক জেৰাৰ বাবে মাতি পঠিওৱা হৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd