DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ ২০১৫ৰ নিযুক্তিপ্ৰাপ্ত ২৭জন কৃষি উন্নয়ন বিষয়াৰ সংকট উপস্থিত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2018 9:47 am
অসম লোকসেৱা আয়োগ ভৱন
97
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ জৰিয়তে ২০১৫ চনত নিযুক্তিপ্ৰাপ্ত ২৭ গৰাকী কৃষি উন্নয়ন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ আশংকা ঘনীভূত হৈছে। জালিয়াতিৰে নিযুক্তি প্ৰাপ্ত এই কৃষি বিষয়াসকল তদন্তৰ আওতালৈ অহাৰ পিছতে এই আশংকা স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি সংক্ৰান্তীয় কেলেংকাৰীৰ সন্দৰ্ভত ২০১৭ চনত গুৱাহাটীৰ ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। ১৬৯/১৭ নম্বৰৰ গোচৰটোৰ সম্পৰ্কত শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে।

শুকুৰবাৰে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ কেলেংকাৰি সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰাৰ পিছত মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত সুজিৎ শইকীয়াই কয়, ‘’জালিয়াতিৰে ২০১৫ চনত নিযুক্তিপ্ৰাপ্ত ২৭ গৰাকী কৃষি উন্নয়ন বিষয়াক তদন্তৰ আওতালৈ অনা হৈছে। তেওঁলোকক জেৰা কৰা হ’ব। নিৰ্দিষ্ট প্ৰমাণ পালে গ্ৰেপ্তাৰ কৰাও হ’ব পাৰে।‘’

জানিব পৰা মতে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অভিযোগনামাত এ পি এছ চিৰ নিলম্বিত সদস্য বসন্ত কুমাৰ দলেৰ নামো আছে। ইতিপূৰ্বে এই গোচৰ সম্পৰ্কত এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু মুছাৰফ হুছেইনৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছিল।

ইতিমধ্যে ৰাকেশ পালে এপিএছ চিৰ মূল গোচৰটোত জামিন লাভ কৰিছিল যদিও কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি সম্পৰ্কীয় ভঙাগড় থানাৰ গোচৰত কাৰাবাস খাটি আছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd