• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰি : বিষয়া-দালালৰ সন্ধানত আৰক্ষীৰ অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2018 8:02 am

2 min read

এ পি এছ চি ভৱন

প্ৰতিনিধিত্বমূলক চিত্ৰ

71
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত আৰক্ষীয়ে নতুনকৈ ১০জন বিষয়া-দালালৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে গোচৰটোৰ  একমাত্ৰ আনুষ্ঠানিক ৰাজসাক্ষী অভিষিকা বৰুৱাই চাকৰি লোৱাৰ সময়ত মধ্যভোগী হিচাপে কাম কৰা তথা তেওঁ নাম লোৱা বক্ৰ পথেৰে একেদৰে চাকৰি লোৱা আন কেইজনমান বিষয়াৰ সন্ধানত তদন্তকাৰী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব।

উল্লেখয্যগ্য যে এই ১০জন বিষয়াৰ ৮ জনেই হৈছে দালাল। এই অভিযুক্তসকলক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰা বুলি সংবাদ মাধ্যমক সদৰী কৰিছে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰে। নতুন দুজনমান ৰাজপত্ৰিত বিষয়াৰ উত্তৰবহীৰ প্ৰতিবেদন ফৰেনছিক বিজ্ঞানাগাৰৰ পৰা আহি আৰক্ষীৰ হাতত পৰিছে। তেওঁলোক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, আৰক্ষী বিষয়াগৰাকীয়ে ইতিমধ্যে বিশেষ আদালতৰ পৰা ৰাজসাক্ষী অভিষিকা বৰুৱাৰ জবানবন্দীৰ প্ৰতিলিপিও সংগ্ৰহ কৰিছে। লক্ষণীয় যে গোচৰটোৰ এইপৰ্যন্ত একমাত্ৰ ৰাজসাক্ষী অভিষিকা বৰুৱাই আদালতত প্ৰদান কৰা জবানবন্দীত তেওঁ চাকৰি ক্ৰয় কৰিবৰ বাবে ধন দিয়া দালাল আৰু তেওঁৰ দৰেই চাকৰি লোৱা কেইবাজনো ৰাজপত্ৰিত বিষয়াৰ নাম লৈছিল।

তদুপৰি,, ৰাজসাক্ষী অভিষিকাই তিনিজন দালালৰ জৰিয়তে ৰাকেশ পাল বাহিনীক ধন দিছিল বুলি জবানবন্দীত প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে।

ইপিনে আদালতৰ পৰা অনুসন্ধান সমাপ্ত কৰিবৰ বাবে আৰু দুমাহৰ অতিৰিক্ত সময় লোৱা ডিব্ৰুগড় আৰক্ষীয়ে শেহতীয়াকৈ কেলেংকাৰিটোৰ সৈতে জড়িত ব্যক্তিসকলৰ তালিকা প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত দালাল আৰু বক্ৰপথেৰে চাকৰি লোৱা লোকৰ তালিকা সাজু কৰা হৈছে। জানিব পৰা মতে এইবাৰ আৰক্ষীয়ে ১০জন লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd