• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ কেলেংকাৰিৰ লগত জড়িত দুজন দালালক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2018 2:21 pm
apsc-pallavi-bail-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কেলেংকাৰীৰ তদন্ত চলাই থকা ডিব্ৰুগড় আৰক্ষীয়ে এইবাৰ কেলেংকাৰিটোৰ সৈতে জড়িত দুজন দালালক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিত নিমজ্জিত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিচত আৰক্ষীয়ে পালৰ অতি ঘনিষ্ঠ এই দালাল দুজনক গ্ৰেপ্তাৰ কৰে।

ডিব্ৰুগড় আৰক্ষীয়ে  কালি নিশা অভিযান চলাই গুৱাহাটী মহানগৰীৰ পৰা আটক কৰিছে এ পি এছ চি কেলেংকাৰিৰ সৈতে জড়িত ব্যৱসায়ী সুৰজিত চৌধুৰীক। সুৰজিত চৌধুৰী এ পি এছ চি কাণ্ডৰ মূল নায়ক ৰাকেশ পালৰ অতি ঘনিষ্ঠ আছিল। তদুপৰি এ পি এছ চিৰ ‘কেচ ফৰ জব’ কেলেংকাৰীত আৰক্ষীৰ জালত পৰি ৰঙাঘৰৰ আলহী হোৱা পল্লবী শৰ্মা চৌধুৰীৰ স্বামী হৈছে সুৰজিত চৌধুৰী।

Apply Now

মহানগৰীৰ আজাৰা অঞ্চলত ৰাকেশ পালৰ ঘনিষ্ঠ এই দালালজনে ফ্লেট বিক্ৰীৰ নামত গ্ৰাহকৰ পৰা বহু ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে। এগৰাকী বিল্ডাৰ চৌধুৰীৰ বিৰুদ্ধে আজাৰাত ১৩০টা পৰিয়ালক ফ্লেট যোগান নধৰাৰ অভিযোগ আছে। জানিব পৰা মতে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰো ঘনিষ্ঠ আছিল এইজন সুৰজিত চৌধুৰী।

আনহাতে, ৰাকেশ পালৰ আন এজন ঘনিষ্ঠ সহযোগী দালালক আৰক্ষীয়ে দৰঙৰ পৰা আটক কৰিছে। দৰং জিলাৰ ছিপাঝাৰৰ পৰা কালি নিশাই আটক কৰা লোকজনৰ নাম হৈছে শৈলেন শৰ্মা বৰুৱা। শৰ্মা বৰুৱা দৰং জিলা বিজেপিৰ উপ-সভাপতি তথা দৰং বাৰ এচ’ছিয়েছনৰ সম্পাদক। তদুপৰি, শৈলেন শৰ্মা বৰুৱা বৰ্তমান ৰঙাঘৰৰ আলহী অভিযুক্ত এ চি এছ বিষয়া পল্লবী শৰ্মা চৌধুৰীৰ অধিবক্তা আছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰজিত চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱাৰ বিৰুদ্ধে ন্যায়াধীশক মেনেজ কৰিবলৈ চেষ্টা চলোৱাৰো অভিযোগ আছ। তেওঁলোক দুয়োজনেই তদন্তত ব্যাঘাত জন্মাবলৈ অহৰহ চেষ্টা চলাইছিল।

উল্লেখ্য যে, লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈ ৫৫ গৰাকী ৰাজপত্ৰিত বিষয়াসহ সৰ্বমুঠ ৬৬ গৰাকী ব্য়ক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই জানিব দিয়া মতে আগলৈ কেলেংকাৰীটোৰ সৈতে জড়িত আৰু এনেধৰণৰ দালাল আটক হোৱাৰো সম্ভাৱনা আছে।

আনহাতে, আজি বিশেষ আদালতত এ পি এছ চিৰ কেলেংকাৰিৰ গুৰুত্বপূৰ্ণ শুনানি আছে। তদন্তৰ বাবে অতিৰিক্ত ৩ মাহ সময় বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে জনোৱা আবেদন সন্দৰ্ভত আদালতে আজি ৰায় দিয়াৰ সম্ভাৱনা আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd