• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ পানেৰী চাহ বাগিচাত এন আৰ চি সন্দৰ্ভত সজাগতা সভা সম্পন্ন

NE NOW NEWS চাজিদ খান
ওদালগুৰি , August 7, 2018 4:39 pm

1 min read

awarenss-nrc-udalguri-570x320

ফটো : নৰ্থইষ্ট নাও

78
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)ৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৰাইজৰ মাজত সৃষ্টি হোৱা শংকা নিৰসনৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পানেৰী শাখাই সোমবাৰে ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত এখন সজাগতা সভাৰ আয়োজন কৰে।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিসকলে ৰাইজক এই কথা অৱগত কৰে যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে দেশৰ প্ৰকৃত নাগৰিকসকলৰ সকলোৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব।

প্ৰতিনিধিসকলে লগতে এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক আইনী সাহায্যকে ধৰি সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ছাত্ৰ সংগঠনটোৰ সদস্যসকলে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়। তেওঁলোকে লগতে কোনো সমাজ বিৰোধী চক্ৰই যাতে শান্তি-শৃংখলা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জানায়।

উক্তা সভাত বক্তব্য ৰাখে আছাৰ ওদালগুৰি জিলাৰ যুটীয়া সম্পাদক লখিন্দৰ মূলা, আছাৰ পানেৰী শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজা এক্কা আৰু তিলক ৰোশন বাৰাই।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd