• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস

NE NOW NEWS চাজিদ খান
ওদালগুৰি , June 10, 2018 6:41 pm

1 min read

u-2-570x320
76
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ গাঁওসমূহত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । জিলাখনৰ নোনাই ফৰেষ্ট ৰেঞ্জৰ অধীনৰ উত্তৰ গেৰুৱাঝাৰ অঞ্চলত হাতীৰ জাকে ছয়টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ এদিন পাছতে শনিবাৰে নিশা উক্ত অঞ্চলৰে গুইহা বস্তিত পুনৰ চলিল বনৰীয়া হাতীৰ তাণ্ডৱ।

নিশা অঞ্চলটোত ৮০ৰ পৰা প্ৰায় ১০০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই অতৰ্কিতে গাঁওখনত আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত দেবেন খৰিয়া, তনিছ মুণ্ডা, সুমীত টিগ্গা আৰু কৰ্নিলাছ কেৰ্কেতা নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।

জানিব পৰা মতে এই আক্ৰমণত কোনো লোকৰে ক্ষয়-ক্ষতি হোৱা নাই। কোনো মতে জীৱন-জীৱিকা চলাই থকা এই পৰিয়ালসকললৈ নামি আহিছে এতিয়া কাল অন্ধকাৰ।

‘হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি আমাৰ এই অঞ্চলত প্ৰৱেশ কৰি বহু বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে বহুতো পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰিছে’। দিবাকৰ নায়ক নামৰ এজন প্ৰকৃতি প্ৰেমীয়ে এই মন্তব্য কৰে।

তেওঁ লগতে কয় যে অঞ্চলটোত যোৱা কিছু দিনৰ পৰা বনৰীয়া হাতীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে গাঁওবাসী। ইফালে হাতীৰ জাকটোক জংঘললৈ খেদি পঠিয়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd