DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছক কলংকিত কৰা মন্ত্ৰী-বিধায়কসকল এতিয়া বিজেপিলৈ গৈ ধোৱা তুলসীৰ পাত হৈছে : অপূৰ্ব ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 26, 2018 12:36 pm
পৰিৱৰ্তনকামী বিজেপি চৰকাৰে বিনা বেতনভোগী শিক্ষকৰ জীৱনৰ অনিশ্চয়তা বৃদ্ধি কৰিলে : অপূৰ্ব ভট্টাচাৰ্য
278
VIEWS
Share on FacebookShare on Twitter

‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত দলটোক বদনামী কৰি জনবিৰোধী কাৰ্য্যকলাপৰ নেতৃত্ব দিয়াসকল আজি বিজেপিলৈ গৈ ধোৱা তুলসীৰ পাত হৈছে।’ এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ। বুধবাৰে গুৱাহাটীৰ এ বি চিস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেলৰ জৰিয়তে এই মন্তব্য কৰিছিল।

সংবাদমেলতে মুখপাত্ৰ গৰাকীয়ে বৰ্তমান ধোৱা তুলসীৰ পাত হোৱাসকলৰ নেতৃত্বত পুনৰ চালানী মাছ, পান, কণীৰ ছিণ্ডিকেট বজাৰ আৰম্ভ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে কংগ্ৰেছ দলক কলংকিত কৰা নেতাসকল বিজেপিলৈ যোৱাত কংগ্ৰেছৰ কলংকিত দাগ আঁতৰিল বুলি দবী কৰি তেওঁ কয় যে ‘আমি অত্যন্ত সুখী।’

আনহাতে মুখপাত্ৰ গৰাকীয়ে কয় যে ফ’ৰমেলিন নামৰ বিষাক্ত দ্ৰব্য থকাৰ বাবে সেয়া মানুহৰ খোৱাৰ বাবে অনুপযোগী বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে খাদ্য সুৰক্ষা বিভাগৰ হতুৱাই ১০ দিনৰ বাবে ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিছিল।

কিন্তু “তেনে পৰিপ্ৰেক্ষিতত মঙলবাৰৰ পৰা অসমত চালানী মাছ পুনৰ প্ৰচলনত সন্মতি দিয়াত ছিণ্ডিকেটৰাজৰ ঘটনা নিহিত হৈ আছে নেকি? দহদিনীয়া বন্ধৰ পিছত মাছৰ দাম বাঢ়িল কিয়? সংবাদমেলত এই প্ৰশ্ন কৰে ভট্টাচাৰ্যই।

আনহাতে তেওঁ কয় যে ‘যি সময়ত অসমত অন্ধ্ৰপ্ৰদেশৰ মাছ বিক্ৰী কৰাত সেউজ সংকেত প্ৰদান কৰিছে। সেই সময়তে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে ১৫ দিনৰ বাবে চালানী মাছত ফ’ৰ্মেলিন থকাৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে।’

তাৎপৰ্যপূৰ্ণভাৱে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যত নতুনকৈ চলা ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস গোটাবৰ বাবেও আহ্বান জনাই মুখপাত্ৰ গৰাকীয়ে।

Recent News

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd