DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

কমনৱেল্থ গেইমছ : মণিপুৰৰ খেলুৱৈৰ উজ্জ্বীৱিত প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ মুখ্য মন্ত্ৰী বীৰেণ সিঙৰ

চভাপতি চামম by চভাপতি চামম
April 12, 2018 4:09 pm
Mary-Kom-570x320
72
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেইমছত মণিপুৰৰ দুই মহিলা ভাৰোত্তোলক খেলুৱৈৰ লগতে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমৰ উজ্জ্বীৱিত প্ৰদৰ্শনত বাৰুকৈয়ে আনন্দত আত্মহাৰা হৈ পৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিং।

উল্লেখ্য যে কমনৱেল্থ গেইমছত কালি মহিলাৰ বক্সিঙৰ ৪৫-৪৮ কেজিৰ শাখাৰ ছেমি ফাইনেলত মেৰী কমে শ্ৰীলংকাৰ অনুশা দিলৰুক্ষীৰ বিৰুদ্ধে খেলি ৫-০ৰ ব্যৱধানত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰি পুনৰ এবাৰ সোণৰ পদক অৰ্জন কৰাৰ আশা সজীৱ কৰিলে।

মুখ্য মন্ত্ৰী সিঙে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে দেশৰ হৈ এই প্ৰতিযোগিতাখনত প্ৰথম সোণৰ পদক দুটা মীৰাবাই চানু আৰু সঞ্জীতা চানুৰ জৰিয়তে লাভ কৰিছে। যিটো আমাৰ বাবে গৌৰৱৰ বিষয়।

স্মৰ্তব্য যে যোৱা ৬ এপ্ৰিলৰ দিনা মুখ্য মন্ত্ৰী বীৰেন সিঙে প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰা দুই মণিপুৰী জীয়ৰী ক্ৰমে মীৰাবাই আৰু সঞ্জীতাক ১৫ লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

মণিপুৰ চৰকাৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে কমনৱেল্থ গেমছত দেশৰ হৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা মণিপুৰৰ খেলুৱৈক চৰকাৰৰ ফালৰ পৰা ক্ৰমে ১৫ লাখ, ১০ লাখ আৰু ৮ লাখ টকা আৰ্থিক অনুদান আগবঢ়াব।

“মণিপুৰৰ দৰে সৰু ৰাজ্যখনৰ ৮ গৰাকী খেলুৱৈয়ে এই বিশ্বমানৰ প্ৰতিযোগিতাখনত অংশ লৈছে। আৰু আমাৰ খেলুৱৈয়ে আজিলৈ দেশৰ হৈ দুটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়“।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd