DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলখেতিৰ বিকাশৰ বাবে দুধনৈত স্থাপন হ’ব কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ কেন্দ্ৰ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
July 28, 2018 12:24 pm
800
230
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ দৰংগিৰিত অৱস্থিত এছিয়াৰ বৃহত্তম কলৰ বজাৰখনৰ উন্নয়নৰ বাবে দৰংগিৰিৰ ওচৰৰ দুধনৈত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুধনৈত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মাজত উজ্বলা আঁচনিৰ অন্তৰ্গত বিনামূলীয়া ৰন্ধন গেছ বিতৰণৰ অনুষ্ঠান এটাত উপস্থিত থাকি এই ঘোষণা কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘‘দৰংগিৰিৰ কলৰ বজাৰখনৰ এছিয়াত এটা সুনাম আছে।  অঞ্চলটোৰ বিকাশ আৰু সম্ভাৱনীয়তাখিনিক বাস্তৱিক ৰূপ দিবলৈ আমি গোৱালপাৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰিম।’’

তেওঁ আৰু কয় যে দুধনৈত সকলো আধুনিক সা-সুবিধাযুক্ত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাত তেওঁৰ চৰকাৰে অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পপৰ্কত তেওঁ কয় যে এই ক্ষেত্ৰত শাংকাকুল হোৱা প্ৰয়োজন নাই। কিন্তু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা বাৰ্তা প্ৰেৰণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

তেওঁ কিংবদন্তি নাট্যশিল্পী, পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ অসমৰ নাটক আৰু পম্পৰাগত শিল্পলৈ আগবঢ়োৱা অসামান্য অৱদানৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ অৱদান সদায়েই শ্বাশ্বত হৈ থাকিব। ডাইনী প্ৰথাৰ বিৰুদ্ধে সাহসেৰে ঠিয় দিয়া বীৰুবালা ৰাভাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে সকলো মহিলাকে দুৰ্নীতি আৰু সামজিক অপশক্তিৰ বিৰুদ্ধে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ভালেকেইগৰাকী বিজেপি বিধায়ক আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভাৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু ভাৰতীয় তৈল নিগম অন্যন্য তেল কোম্পানীসমূহৰ বিষয়াবৰ্গৰ উপস্থিতিত মুখ্য মন্ত্ৰীগৰকীয়ে অতি কমেও ২০টা বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd