• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ চাফাই অভিযান

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , July 27, 2018 11:18 pm

1 min read

কলিয়াবৰত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ চাফাই অভিযান
87
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰত আৰক্ষী – প্ৰশাসনক প্ৰত্যাহ্বান জনাই দিনক দিনে বৃদ্ধি পাইছে চোৰৰ টিঘিলঘিলনী। এই কথা প্ৰমাণ কৰিছে কলিয়াবৰৰ হাটীগাঁৱত সংঘটিত এক চুৰিকাণ্ড ঘটনা আজি পোহৰ অহাটোৱে।

উল্লেখযোগ্য যে কলিয়াবৰৰ হাটীগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰবীণ বৰা আৰু বিবি বৰাৰ ঘৰৰ খিৰিকীৰ ৰ’ড ভাঙি প্ৰৱেশ কৰি চোৰে লুটি নিয়ে সোণৰ আ- অলংকাৰৰ লগতে নগদ ৫০,০০০ টকা।

চোৰে চুৰি কৰি নিয়া সামগ্ৰী সমূহৰ ভিতৰত আছে ক্ৰমে সোণৰ নেকলেচ ১ডাল, ফুলি এযোৰ, উকা চেইন ২ডাল, খাৰু পাঁচ পাত, আঙুঠি ৩ টা। আৰু চুৰি হোৱা সামগ্ৰীৰ মূল্য প্ৰায় ২ লক্ষাধিক টকাৰ হ’ব বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে।

আনহাতে কলিয়াবৰআৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈ চুৰিকাণ্ডৰ লগত জড়িত লোকৰ কোনো সম্ভেদ লাভ কৰা নাই।

ঘৰৰ গৰাকী প্ৰবীণ বৰাই জনোৱা অনুসৰি তেওঁৰ নিজা খুৰীয়েক ঢুকোৱাত আজি কাজৰ কৰ্মত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ গৃহৰ কিছু দূৰতে থকা ভায়েকৰ ঘৰলৈ সপৰিয়াল যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এইদৰে চুৰি কাণ্ড সংঘটিত কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd