• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই যুৱক

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , August 8, 2018 6:08 pm

1 min read

বনৰীয়া হাতী

প্ৰতিনিধিত্বমূলক ছবি

103
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বন্যহস্তী আৰু মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে কলিয়াবৰৰ ৰেকাপাহাৰ আৰু দিজু সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা কেলিডেন চাহ বাগিচা আৰু সৰিয়হবাৰী সংযোগী গ্ৰাম্য পথত মঙলবাৰে নিশা প্রায় ৮ বজাত হাতী মানুহৰ সংঘাত ঘটে ।

 উল্লেখযোগ্য যে মটৰচাইকেলেৰে চম্পক তাছা আৰু মনিকুন ইছলাম নামৰ দুই যুৱকে কেলিডেন চাহ বাগিচাৰ পৰা সৰিয়হবাৰী অভিমুখে গৈ থকাৰ সময়তে চাৰি-পাঁচজনীয়া এটা বন্যহস্তীৰ জাকৰ সৈতে সন্মুখীন হয়।

 দিজু সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই আহি পথটোৰ দাঁতিত অৱস্থান কৰি থকা হাতীৰ জাকটোৰ আক্ৰমণত দুয়ো যুৱক মটৰচাইকেলেৰে সৈতে বাগৰি পৰে। ফলত দুয়ো জন যুৱক গুৰুতৰভাৱে আহত হয়।

 অৱশ্যে যুৱক দুজনে হাতীৰ জাকটোৰ পৰা কোনোমতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।

 ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই যুৱক ক্ৰমে চম্পক তাছা আৰু মনিকুন ইছলামক বন বিভাগৰ লোকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই।

 আনহাতে আহত দুয়োকে জখলাবন্ধা চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd