• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত  সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ লাইখুঁটা স্থাপন

NE NOW NEWS ৰমণী শৰ্মা
কলিয়াবৰ , December 1, 2017 4:25 pm

1 min read

কলিয়াবৰত  সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ লাইখুঁটা স্থাপন
103
VIEWS
Share on FacebookShare on Twitter

 

সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ ৰাজ্যিক শিশু সমাৰোহৰ মুল মণ্ডপৰ লাইখুঁটা আজি কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত স্থাপন কৰা হয় ৷ সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশনখনি চাৰিদিনীয়া কাৰ্য্যসূচীৰে কলিয়াবৰত অনুষ্ঠিত হব ৷ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া এই অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত চলাইছে আদৰণি সমিতিয়ে ৷ আজি এই শিশু সমাৰোহৰ প্ৰথম কাৰ্য্যসূচী হিচাপে লাইখুঁটা স্থাপন কৰে সদৌ অসম মইনা পাৰিজাতৰ কাৰ্য্যকৰী সভাপতি মিণ্টুমণি দত্তই ৷ লাইখুঁটা স্থাপন কাৰ্য্যসূচীত  সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতা, উপ সভাপতি অতুল বৰ তামুলী ,কাৰ্যনিৰ্বাহক সদস্যসকল আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কলিয়াবৰ সাহিত্য কাননৰ প্ৰতিষ্ঠাপক সভাপতি হেমচন্দ্ৰ গোস্বামীকে ধৰি বহু দল-সংগঠনৰ লোক উপস্থিত থাকে। কলিয়াবৰ জিলা মইনা পাৰিজাতৰ আদৰণি সমিতিৰ সভাপতি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰস্তুতিৰ সকলোবোৰ কামতে সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰদান কৰে। অসমৰ প্ৰায় ৩০০০ মইনা আৰু অভিভাৱকৰ উপস্থিতিৰে ডিচেম্বৰত অনুষ্ঠিত  হ’বলগীয়া শিশু সমাৰোহত  অতিথি সকলক আদৰিবলৈ সাজু কলিয়াবৰবাসীয়ে মত প্ৰকাশ কৰে।

Recent News

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd