• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত ৪বছৰে বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনি

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
March 23, 2018 2:24 pm
IMG_20180322_172925
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধোঁৱাচাঙত পৰিণত হৈছে কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত স্থাপন কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৫৫ লাখ টকীয়া পানীযোগান আঁচনি। একমাত্ৰ চৰকাৰী উদাসীনতাৰ বাবে বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন আজি ৪ বছৰ দিন ধৰি বিকল হৈ পৰি থকা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে অভিযোগ অনুসৰি কলিয়াবৰৰ দেৱসত্ৰ গাঁৱৰ লগতে লাগি থকা জখলাবন্ধা হস্পিতাল, ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান, শ্ৰীশ্ৰীনৰসিংহ দেৱালয়, ঢেকিয়াল গাঁও, কতৰি গাঁও, বাণীপুৰ গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৫৫ লাখটকীয়া আঁচনিৰে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটো নিৰ্মাণ হোৱা দিন ধৰি বিকল হৈ আছে। যাৰ ফলত আজিকোপতি দাঁতিকাষৰীয়া গাঁৱৰ কেইবাশ লোকে  বিশুদ্ধ খোৱাপানীৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ ৰৈছে।

Apply Now

আনহাতে উক্ত পানীযোগান প্ৰকল্পটোৰ পৰা কিছু নিলগত আছে জখলাবন্ধা হস্পিতাল। য’ত প্ৰতিটো মুহূৰ্ততে অতিকৈ প্ৰয়োজন হয় বিশুদ্ধ খোৱাপানীৰ। কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে আজিও জৰ্জৰিত হৈ আছে সমগ্ৰ অঞ্চলতো । আনকি মামৰে ধৰিছে প্ৰকল্পটোৰ বৈদ্যুতিক যন্ত্ৰ-পাতিত।

IMG_20180322_173711তদুপৰি প্ৰকল্পটোৰ কাষত কিছু লোকে জাবৰ-জোঁথৰ পেলাই পৰিৱেশ বিনষ্ট কৰি পেলাইছে। অভিযোগ অনুসৰি ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ সুফল লাভ নকৰিলে। কেৱল বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে উক্ত প্ৰকল্পটো কাৰ্যক্ষম কৰি তুলিব বুলি প্ৰতিশ্ৰুতি দি দায় সাৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। সেয়েহে ৰাইজে মাত্ৰ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰতিদিনে জীয়াতু ভুগিব লগা হৈছে।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সমস্যাটোৰ গুৰুত্ব অনুধাৱন কৰি অতি সোনকালে সমাধানৰ ব্যৱস্থা ল’বলৈ ৰাইজে আহ্বান জনাইছে।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd