• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰৰ উৎপাতত বিনিদ্ৰ ৰজনী কটাইছে কলিয়াবৰৰ ৰাইজে; একেদিনাই দুঘৰৰ পৰা লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি

NE NOW NEWS ৰিদিপ শর্মা
কলিয়াবৰ , July 10, 2018 12:05 pm

1 min read

চোৰৰ উৎপাতত বিনিদ্ৰ ৰজনী কটাইছে কলিয়াবৰৰ ৰাইজে; একেদিনাই দুঘৰৰ পৰা লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি
78
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰত দিনক দিনে চোৰৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে, চোৰৰ উৎপাতত এতিয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে, সৰ্বস্বান্ত হৈছে বহু পৰিয়াল। সোমবাৰে কলিয়াবৰৰ দাৰিগজি গাঁৱত সংঘটিত হয় দুটাকৈ চুৰিকাণ্ড।

প্ৰাপ্ত তথ্য মতে, ঘৰত কোনো নথকাৰ সুযোগ লৈ সোমনাথ শইকীয়া আৰু প্ৰদীপ শইকীয়াৰ বাসগৃহত চোৰে দৰ্জাৰ লক আৰু খিৰিকীৰ ৰ’ড ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে বহু মূল্যবান আ-অলংকাৰ। পৰিয়াল দুটাৰ পৰা চোৰে প্ৰায় তিনি লাখ টকা মূল্যৰ সা-সামগ্ৰীৰ লৈ যোৱাৰ লগতে দুই ঘৰৰ পৰা নগদ মুঠ বাইশ হাজাৰ টকা চুৰি কৰে।

ঘটনাৰ খবৰ পায় কলিয়াবৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে চোৰৰ কোনো সম্ভেদ উলিয়াব পৰা নায়।

পৰিয়ালৰ লোকে জনোৱা মতে, সোমবাৰে পুৱা ১০ মান বজাতে ঘৰত টলা লগাই ফুৰিবলৈ গৈছিল দুয়োটা প্ৰতিবেশী পৰিয়াল। সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছতহে পোহৰলৈ আহে দিনৰ ভাগতে সংঘটিত এই চুৰিকাণ্ডৰ ঘটনা।

কলিয়াবৰত সঘনাই সংঘটিত হৈ থকা চুৰি কাৰ্য্যত বিতুষ্ট হৈ পৰা অঞ্চলটোৰ ৰাইজে এই চুলি কাণ্ডসমূহৰ সৈতে এক বৃহৎ চোৰৰ দল জড়িত হৈ আছে বুলি মত ব্যক্ত কৰিছে।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd