DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ইছমাইল হুছেইন গ্ৰন্থমেলা আৰু ফাগুনী উৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 21, 2018 4:25 pm
Ismail Hossain Bookfair
276
VIEWS
Share on FacebookShare on Twitter

কাইলৈৰ পৰা মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব ইছমাইল হুছেইন গ্ৰন্থমেলা আৰু ফাগুনী উৎসৱ।

সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত তথা প্ৰতিশ্ৰুতি প্ৰকাশন আৰু সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থা “সাতসৰী”ৰ সহযোগত এই গ্ৰন্থমেলা তথা ফাগুনী উৎসৱ অনুষ্ঠিত হ’ব বুলি আয়োজক কমিটিয়ে আজি এক সংবাদমেলযোগে জানিবলৈ দিয়ে।

পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি নদীয়ালে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি সাহিত্য একাডেমি বঁটা প্ৰাপক বিশিষ্টা সাহিত্যিক নিৰুপমা বৰগোহাঞি এই গ্ৰন্থমেলাৰ মুখ্যদ্বাৰ উন্মোচন কৰিব।

ইয়াৰ পিছতে ইছমাইল হুছেইন গ্ৰন্থমেলাৰ স্মাৰক গ্ৰন্থ ‘ঐতিহ্যবন’ উন্মোচন কৰা হ’ব বুলি প্ৰণৱ নদীয়ালে সদৰী কৰে।

গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ইয়োৰ উপৰি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।

নদীয়ালে উল্লেখ কৰা অনুসৰি বিশিষ্ট সাহিত্যিক তথা শংকৰী সংস্কৃতিৰ গৱেষক গৰাকীৰ জন্মদিন উপলক্ষে এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।

আনহাতে গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি ২৩ ফেব্ৰুৱাৰিৰ বিয়লি ৫ বজাত বিশিষ্ট কবি সমীৰ তাঁতী সঞ্চালনাত এখন কবি সন্মিলনৰ আয়োজন কৰা হৈছে।

 

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd