DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

কাইলৈ গেংটকত ১৭ সংখ্যক মুখ্য মন্ত্ৰী স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টৰ ফাইনেল

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
May 12, 2018 8:59 pm
Sikkim Archery Association
69
VIEWS
Share on FacebookShare on Twitter

গেংটকস্থিত ছিকিম আৰ্চাৰি এছ’চিয়েশ্যন (এছ এ এ)ৰ খেলপথাৰত অনুষ্ঠিত ১৭ সংখ্যক মুখ্য মন্ত্ৰী স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টৰ ফাইনেলত কাইলৈ ছিকিমৰ ‘ছিচেই’ দলে ভুটানৰ ‘ইয়াংছে ট’ৰ্ছ এণ্ড ট্ৰেভেল’ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ছিকিম আৰ্চাৰি এছ’চিয়েশ্যনে উক্ত প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেলত ছিকিমৰ ছিচেই দলে নেভী দলক পৰাস্ত কৰাৰ বিপৰীতে আনখন ছেমি ফাইনেলত ইয়াংছে ট’ৰ্ছ এণ্ড ট্ৰেভেলে গেংটকৰ গাৰুদা ব্লু দলক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

দেওবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ফাইনেল খেলখন উপভোগৰ বাবে ছিকিম আৰ্চাৰি এছ’চিয়েশ্যনে সকলো ক্ৰীড়া প্ৰেমী তথা সাধাৰণ লোকক আমন্ত্ৰণ জনাইছে।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনত ছিকিম, পশ্চিম বংগ আৰু ভুটাণৰ মূঠ ১৭টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ বিজয়ী দলক ১ লাখ টকাৰ নগদ ধন আৰু বঁটাৰে পুৰস্কৃত কৰা হ’ব তথা ৰানাৰ্ছ আপ দলক নগদ ৫০,০০০ টকা আৰু বঁটা আগবঢ়োৱা হ’ব।

Recent News

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd