DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

কাইলৈ লাজং এফ চি নামিব শীৰ্ষস্থানৰ মিনাৰ্ভাৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2018 9:34 pm
78
VIEWS
Share on FacebookShare on Twitter

কাইলৈ আই লীগৰ এখন খেলত লাজং নামিব বৰ্তমান লীগৰ শীৰ্ষস্থানত থকা তথা শক্তিশালী দল মিনাৰ্ভা পাঞ্জাবৰ বিৰুদ্ধে। শ্বিলঙৰ নেহৰু ষ্টেডিয়ামত হ’ব লগীয়া খেলখনত ঘৰুৱা দলটোৱে বেচ আত্মবিশ্বাসেৰে নামিব। তেওঁলোক ইয়াৰ আগৰ খেলত ইণ্ডিয়ান এৰ’জৰ বিৰুদ্ধে জয়েৰে বেচ আত্মবিশ্বাসী হৈ আছে।

লাজঙৰ প্ৰশিক্ষক ববি নংবেটে কৈছে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ব জয় কাঢ়ি অনা আৰু সম্পূৰ্ণ তিনি পইণ্ট গোটোৱা।

আনহাতে মিনাৰ্ভায়ো ইয়াৰ পূৰ্বৰ খেলত মোহন বাগানক হৰুৱাই আত্মবিশ্বাসী হৈ আছে।

ফলত দুয়োটা দলৰ মাজত এখন আকৰ্ষণীয় যুঁজ দৰ্শকে আশা কৰিব পাৰে। ঘৰুৱা দৰ্শকৰ পৰা লাজঙে নিশ্চিতভাৱেই নিচৰ্ত সমৰ্থন পাব যদিও মিনাৰ্ভাক সহজভাৱে লোৱাৰ কথা ভাবিবই নোৱাৰে।

বিশেষকৈ লাজঙৰ গল কৰাৰ হাৰ উন্নত কৰাৰ যথেষ্ট অৱকাশ আছে বুলি ফুটবল বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

আনহাতে মিনাৰ্ভা পাঞ্জাবৰ প্ৰশিক্ষকেও তেওঁলোকৰ দলটোৱে যাতে শীৰ্ষস্থান নেহেৰুৱাই তাৰ লক্ষ্যৰেই খেলাৰ কথা কৈছে। যদিও তেওঁ কৈছে যে শ্বিলঙৰ জলবায়ু এটা কাৰক হৈ দেখা দিব পাৰে।

উল্লেখযোগ্য যে এই সময়ত মিনাৰ্ভা লীগৰ পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ পৰিৱৰ্তে লাজং আছে চতুৰ্থ স্থানত।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd