DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি শতিকাৰ আটাইতকৈ দীঘল চন্দ্ৰগ্ৰহণ; মাজনিশা ঘটিব এই বিৰল মহাজাগতিক ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 5:30 pm
lunar eclipse

চন্দ্ৰগ্ৰহণৰ ফাইল ফটো।

171
VIEWS
Share on FacebookShare on Twitter

২৭ জুলাই, অৰ্থাৎ আজি মাজৰাতি পৃথিৱীবাসীয়ে দেখা পাব এই শতিকাৰ আটাইতকৈ দীঘল চন্দ্ৰগ্ৰহণটো । ২৭ জুলাইৰ অন্তিম সময় আৰু ২৮ জুলাইৰ আৰম্ভণিৰ সময়খিনিত, অৰ্থাৎ আজি মাজনিশা এই বিৰল মহাজাগতিক ঘটনাটো ঘটিব।

এই মহাজাগতিক পৰিঘটনাৰ সময়ত চন্দ্ৰটো পৃথিৱীৰ ছায়াৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব আৰু ডেৰ ঘণ্টাৰো অধিক সময় চন্দ্ৰটো ঢাক খাই থাকিব। গতিকে এই সময়ত চন্দ্ৰটো সম্পূৰ্ণকৈ ঢাক খাই পৰিব।

যদিহে আকাশ সেই সময়ত পৰিষ্কাৰ থাকে তেন্তে অসম তথা উত্তৰ-পূবৰ মানুহেও এই বিৰল পৰিঘটনাৰ সাক্ষী হোৱাৰ সুযোগ পাব।

গ্ৰহণ লগাৰ সঠিক সময় হ’ল নিশা ১১.৫৪ বজা। আৰু চন্দ্ৰটো সম্পূৰ্ণকৈ ঢাক খাই পৰিব প্ৰায় ১ বজাত৷ এঘণ্টাৰো বেছি সময় ঢাক খাই থাকিব চন্দ্ৰটো। সেই সময়ত চন্দ্ৰটো পাতল ৰঙচুৱা দেখা যাব৷
খণ্ডগ্ৰাস আৰম্ভ- ২৩ বাজি ৫৩মিনিট ৫২ ছেকেণ্ড।

পূৰ্ণগ্ৰাস আৰম্ভ- ০০ বাজি ৫৯ মিনিট ৩৯ ছেকেণ্ড।
সৰ্বোচ্চ গ্ৰহণ- ০১ বাজি ৫১ মিনিট ২৭ ছেকেণ্ড
পূৰ্ণগ্ৰাস শেষ- ০২বাজি ৪৩মিনিট ১৪ ছেকেণ্ড
খণ্ডগ্ৰাস শেষ- ০৩বাজি ৪৯মিনিট ০২ ছেকেণ্ড

বিজ্ঞানীসকলৰ মতে এই গ্ৰহণ ৰাইজে খালী চকুৰে চাব পাৰিব৷ ইয়াৰ বাবে চকুত ফিল্টাৰ নালাগে। অৱশ্যে অসমৰ আকাশ ডাৱৰ আবৃত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আৰু এইটোৱে হতাশ কৰিছে বহুতো উৎসুক লোকক।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd