• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত গুলীয়াগুলী : এজন চোৰাংচিকাৰী নিহত

NE NOW NEWS এন ই নাও নিউজ
কাজিৰঙা , April 6, 2018 9:46 pm

1 min read

কাজিৰঙাত আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত গুলীয়াগুলী : এজন চোৰাংচিকাৰী নিহত
67
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে অত্যাধুনিক মৰণাস্ত্ৰৰে গঁড় নিধন কৰি অহাৰ সময়তে শুকুৰবাৰে নিশা কাজিৰঙাত গঁড় নিধনৰ উদ্দেশ্যে প্ৰৱেশ কৰা চোৰাংচিকাৰী আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী হয়।

প্ৰাপ্ত তথ্য মতে কাজিৰঙাৰ দেওচুৰচাঙত সংঘটিত আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীৰ ফলত এজন চোৰাংচিকাৰী নিহত হয়। নিহত চোৰাংচিকাৰী জনৰ পৰা আৰক্ষীয়ে এটা একে ৫৬ ৰাইফল উদ্ধাৰ কৰে। লগতে আৰু কেইবাজনো আহত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীৰ সূত্ৰই। সূত্ৰটোৰ মতে বৰ্তমানেও আৰক্ষী আৰু চোৰাংচোৱাৰ মাজত গুলীয়াগুলী চলি আছে।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাৰ নেতৃত্বত কাজিৰঙাৰ দেওচুৰচাঙত চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলিছিল।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd