DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয়পথত ভয়ংকৰ পথদুৰ্ঘটনা : আহত ২০জনৰ ৭জনৰ অৱস্থা সংকটজনক

উত্তম শইকীয়া by উত্তম শইকীয়া
April 11, 2018 11:22 am
Accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

166
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয়পথত আজি পুৱাতেই সংঘৰ্টিত হৈছে নৈশবাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাটোৰ ফলত প্ৰায় ২০জন লোক আহত হৈছে। ইয়াৰে ৭জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে৷

পুৱা প্ৰায় ৫-৩০ বজাতে সংঘটিত দুৰ্ঘটনাটোত মুঠ তিনিখনকৈ বাহন সংঘৰ্ষত পতিত হয় বুলি জানিব পৰা গৈছে৷

স্থানীয় লোকে জনোৱা মতে, হাতীখুলি চাহ বাগিচাৰ চিকিৎসালয়ৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা পকী দলঙৰ ওপৰতে গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ থকা AS 01 FC 9088 নম্বৰৰ যাত্ৰীবাহী নৈশবাছখনে বিপৰীত দিশৰ পৰা আহি থকা RJ 02 GB 8183 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে৷ একে সময়তে নৈশবাছখনৰ পাছফালে আহি AS 05 C 4334 নম্বৰৰ ট্ৰেভেলাৰখনেও সাজোৰে খুন্দা মাৰে বাছখনত৷

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ট্ৰাকৰ হেণ্ডিমেনজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ দুৰ্ঘটনাৰ পাছত প্ৰায় এঘন্টা সময়ৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ যাতায়ত ব্যাহত হৈ পৰিছিল৷

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd