• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিৰ ১৫ হেজাৰ পশুধনক চবকা ৰোগ প্ৰতিষধক প্ৰদান

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , April 7, 2018 8:38 pm

1 min read

কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিৰ ১৫ হেজাৰ পশুধনক চবকা ৰোগ প্ৰতিষধক প্ৰদান
103
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাষৰীয় গাঁও বোৰৰ পশু ধনৰ চিকিৎসা অতি প্ৰয়োজনীয় ৷ সেয়েহে কাজিৰঙাৰ কৰ্তৃপক্ষই প্ৰত্যেক বছৰেই উদ্যানৰ কাষৰীয় গাঁও আৰু পূব দিশৰ ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰত থকা গৰু-ম’হৰ খুটিবোৰৰ পশুধনৰ কল্যাণৰ বাবে সময়ে সময়ে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈ আহিছে ৷

এই উদ্দেশ্যে পশু চিকিৎসা বিভাগৰ সহযোগত উদ্যান কৰ্তৃপক্ষই কাষৰীয় গাঁও আৰু চাপৰিবোৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ কৰা চবকা ৰোগ প্ৰতিষেধক প্ৰদান অভিযানৰ আজি সামৰণী পৰে ৷

দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ বিশেষ সহযোগত পশু চিকিৎসা বিভাগৰ লগত যৌথ ভাৱে চলোৱা এই অভিযানেৰে কাজিৰঙা কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি আৰু কহঁৰা ৰেঞ্জৰ ৩৫ খন গাওঁ আৰু ৫ টা চাপৰিৰ ৮৫২৬ টা পশুধন, বাগৰি ৰেঞ্জৰ ২২ খন গাঁৱৰ ৪০৪৪ টা পশুধন আৰু বুঢ়াপাহাৰ ৰেঞ্জৰ মুঠ ২০ খন গাঁৱৰ ২৫৯৬ টা পশুধনকেলৈ সৰ্বমুঠ ১৫১৬৬ টা পশুধনক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰে ৷

প্ৰায় ডেৰ মাহ ধৰি চলা এই অভিযানক অতি গুৰুত্বপূৰ্ণ আৰু বৃহৎ অভিযান বুলি মন্তব্য কৰি কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই কয়, ‘এই অভিযানেৰে আমি কাজিৰঙাৰ কাষৰীয় জনসাধাৰণৰ পশুধনৰ কল্যাণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত থকা বিৰল বন্যপ্ৰাণীকো ৰোগৰ পৰা নিৰাপত্তা প্ৰদান কৰিব পাৰিছো ৷’

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd