DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ পৰা বনৰীয়া হাতী ওলাই আহি বিশ্বনাথত চলালে সন্ত্ৰাস

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
December 28, 2017 2:21 pm
কাজিৰঙাৰ পৰা বনৰীয়া হাতী ওলাই আহি বিশ্বনাথত চলালে সন্ত্ৰাস
103
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বিশ্বনাথ চাৰিআলি অঞ্চলত প্ৰৱেশ কৰি অঞ্চলবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই বৃহৎ হাতীৰ জাকটোৱে বিশ্বনাথৰ বালিপুখুৰী, মৰেল গাওঁ, বমগাঁও, জাপৰিগুৰি আৰু চামৰিখুৱা অঞ্চলবাসীৰ ঘৰ-দুৱাৰৰ যথেষ্ট ক্ষতিসাধন কৰা বুলি আমাৰ সংবাদ দাতাই জানিবলৈ দিছে। স্থানীয়লোকে জনোৱা অনুসৰি ৬০টাৰো অধিক বনৰীয়া হাতীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিশ্বনাথৰ এই গাওঁ সমূহত প্ৰৱেশ কৰিছে।

‘এই জাকটোত প্ৰায় ৬৯টা হাতী আছিল। বনবিভাগৰ কোনো লোকে এই হাতীৰ জাকটোক খেদি পঠিয়াবৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। হাতীৰ ভয়ত বনকৰ্মীকেইজনে কম্পমান হৈ আছিল। এই জাকটোৱে আমাৰ অঞ্চলত প্ৰৱেশ কৰি অচম্বিতে আক্ৰমণ চলায় আৰু ঘৰ-দুৱাৰ ভাঙি পেলায়’। এই দৰে আমাৰ আগত কয় আন এজন প্ৰতক্ষ্য দৰ্শীয়ে। হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীয়ে চৰকাৰক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd