DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামত গাফিলতি কৰাৰ বাবে মেছাৰ্ছ ৱাডিয়া টেকন’ ইঞ্জিনিয়াৰিং ছাৰ্ভিছেজ লিমিটেডৰ চুক্তি বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 12:06 pm
কামত গাফিলতি কৰাৰ বাবে মেছাৰ্ছ ৱাডিয়া টেকন’ ইঞ্জিনিয়াৰিং ছাৰ্ভিছেজ লিমিটেডৰ চুক্তি বাতিল
110
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতি নিৰ্মূল কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে সোণোৱালৰ নেতৃত্বত অসমত বি জে পি চৰকাৰ গঠন হৈছিল। চৰকাৰ গঠন কৰিয়েই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন সময়ত দুৰ্নীতি নিবাৰণৰ বাবে কঠোৰ পন্থা হাতত লোৱা পৰিলক্ষিত হৈছিল। ঠিক সেইদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজুলী, যোৰহাট আৰু লখিমপুৰক সংযোগ কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত  ১১০ কি.মি দৈৰ্ঘ্যৰ এখন দলঙ নিৰ্মাণৰ প্ৰকল্পৰ ঘোষনা কৰিছিল। ঘোষনা মৰ্মে প্ৰকল্পৰ কাম মেছাৰ্ছ ৱাডিয়া টেকন’ ইঞ্জিনিয়াৰিং ছাৰ্ভিছেজ লিমিটেড আৰু কোৰিয়াৰ মেছাৰ্ছ য়ুচিন ইঞ্জিনিয়াৰিং কৰ্পৰেচনক আৱন্টন দিছিল। কিন্তু প্ৰকল্প প্ৰতিবেদনৰ কামত গাফিলতি আৰু জালিয়তি কৰাৰ অভিযোগত মেছাৰ্ছ ৱাডিয়া টেকন’ ইঞ্জিনিয়াৰিং ছাৰ্ভিছেজ লিমিটেডৰ লগত ৰাজ্য চৰকাৰে চুক্তি বাতিল তথা কোম্পানীটোক ব্লেক লিষ্টেড কৰাৰ নিৰ্দেশ দিয়ে গড়কাপ্তানী বিভাগক। লগতে এই কোম্পানীটোৱে কোৰিয়াৰ কোম্পানীটোৰ চহী জাল কৰাৰো অভিযোগ উঠিছে। এই আটাইবোৰ অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে আৰু জালিয়তিৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ গড়কাপ্তানী বিভাগে মহানগৰীৰ চানমাৰী থানাত এটা গোচৰ ৰুজু কৰে। প্ৰকল্পৰ কাম কাজ চলাই নিয়াৰ বাবে বিভাগে নতুনকৈ নিবিদাৰ আহ্বান জনাইছে।

Recent News

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd