• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামৰূপৰ পলাশবাৰীত ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱা শিক্ষকক স্থানীয় ৰাইজৰ প্ৰহাৰ

NE NOW NEWS এন ই নাও নিউজ
কামৰূপ , April 12, 2018 10:40 pm

1 min read

কামৰূপৰ পলাশবাৰীত ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱা শিক্ষকক স্থানীয় ৰাইজৰ প্ৰহাৰ
95
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা কামৰূপ জিলাৰ পলাশবাৰীত এজন শিক্ষকক স্থানীয় ৰাইজে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

জানিব পৰা মতে পলাশবাৰীৰ ছানপাৰা এম ভি স্কুলৰ এজন শিক্ষকে ৪ গৰাকী ছাত্ৰীক এটা ৰুমত বন্দী কৰি ৰখাৰ লগতে শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা বৃহস্পতিবাৰে পোহৰলৈ আহে। ফলত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পথলৈ ওলাই আহি শিক্ষক গৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে।

আনহাতে ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰি তাৎক্ষণিকভাৱে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিক্ষকজনক গ্ৰেপ্তাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈছিল যে স্থানীয় ৰাইজৰ আক্ৰণত ৰবিন বড়ো নামৰ এজন আৰক্ষী কনিষ্টবলো গুৰুতৰভাৱে আহত হয়। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চালনা কৰিব লগা হয়।

পলাশবাৰীৰ ছানপাৰা এম ভি স্কুলত শিক্ষকতা কৰা শিক্ষকগৰাকীক কৃষ্ণকান্ত মহন্ত বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd