• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ শ্ৰীনগৰৰ হোটেলৰ পৰা এগৰাকী স্থানীয় ছোৱালীৰ সৈতে আটক মেজৰ লিটুল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 5:44 pm
gogoi_630_630

ফাইল ফটো, মেজৰ লিটুল গগৈ। উৎস : আউটলুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ  তেওঁৰ সেনাৰ জীপত এগৰাকী লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত বাতৰিৰ শিৰোণাম দখল কৰা মেজৰ লিটুল গগৈক শ্ৰীনগৰৰ এখন হোটেলৰ পৰা এগৰাকী স্থানীয় ছোৱালীৰ সৈতে আজি আৰক্ষীয়ে আটক কৰিছে। ৰাষ্ট্ৰীয় আলোচনী আউটলুকৰ ৱেবছাইটত প্ৰকাশিত এই বাতৰিয়ে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় কাশ্মীৰৰ বাডগাম অঞ্চলত নিযুক্ত হৈ থকা গগৈৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ মুখপাত্ৰই জানিব দিয়া মতে ৰাতিপুৱা প্ৰায় ১১ বজাত হোটেল গ্ৰেণ্ড মমতাৰ পৰা হোটেলখনত উদ্ভৱ হোৱা উত্তপ্ত বাদ-বিবাদৰ বাবে খানয়াৰ আৰক্ষী থানালৈ এটা ফোনকল আহিছিল।

Apply Now

আৰক্ষীৰ সূত্ৰই কয় যে এগৰাকী লোকৰ সৈতে এটি নাবালিকা ছোৱালী মেজৰ গৰাকীক লগ ধৰিবলৈ আহিছিল। মেজৰ গৰাকীয়ে ইতিমধ্যে হোটেলৰ পৰা বিদায় লোৱাৰ বাবে ‘চেক ইন’ কৰিছিল। হোটেলৰ মেনেজাৰ গৰাকীয়ে ছোৱালীজনীক কোঠাটোলৈ যাবলৈ অনুমতি দিয়া নাছিল আৰু তাক লৈ বাক্-বিতণ্ডাৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছত আৰক্ষীয়ে হোটেলখনলৈ এটা বাহিনী পঠিয়াই দিছিল আৰু তেওঁলোকে তাত গৈ দেখিছিল যে ‘বাডগামৰ সমীৰ আহমেদ নামৰ লোকগৰাকীৰ সৈতে এগৰাকী মহিলা’ কোনোবা ব্যক্তিক লগ ধৰিবলৈ আহিছে। কিন্তু হোটেলৰ পৰিচাৰিকাই তেওঁলোকক ব্যক্তগৰাকীক লগ ধৰিবলৈ অনুমতি দিয়া নাছিল।

সূত্ৰসমূহে জানিব দিয়া মতে আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন লোককে থানালৈ লৈ আনিছিল। তেওঁলোকে জানিব পাৰিছিল যে ছোৱালীজনীয়ে এগৰাকী সেনা বিষয়াক লগ ধৰিবলৈ আহিছিল।

আৰক্ষীয়ে সেনা বিষয়াগৰাকীৰ নথিপত্ৰ আৰু পৰিচয় সংগ্ৰহ কৰিছে। আৰক্ষীয়ে সেনা বিষয়াগৰাকীকৰ ভাষ্য ৰেকৰ্ডিং কৰাৰ পিছত বিষয়াগৰাকীক যাবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd