• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা : কাৰ্বি পাহাৰ আৰু ডিমা হাচাওৰ বাবে সুকীয়া শুনানিৰ দাবী

নংনী তেৰন by নংনী তেৰন
May 11, 2018 11:28 pm
Citizenship-Amendment-Bill-2016-570x320

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ্বত্য জনজাতীয় সংঘ বা হিল ট্ৰাইব লীগে (HTL) অহা ১৬ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰিছে। আজি কাৰ্বি ছাত্ৰ সন্থাৰ সভাগৃহত এখন সংবাদমেলত এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ আহ্বায়ক খৰচিং তেৰনে।

তেৰনে কয় যে ইতিমধ্যে সংগঠনটোৱে জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি, সাংসদ আৰু যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱাললৈ বিধেয়কখনৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

আজি সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ প্ৰতিনিধিসকলে কয় যে এই বিধেয়কখন আইনত পৰিণত হ’লে অনুপ্ৰৱেশকাৰীৰ প্ৰকোপত অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব বিপন্ন হৈ পৰিব। বৰ্তমান থকা মুচলমান আৰু হিন্দু বাংলাদেশীৰ লগতে আৰু অধিক হাৰত বাংলাদেশীৰ আগমন ঘটিব আৰু ত্ৰিপুৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব। অসমত থকা থলুৱা জনগোষ্ঠীয় লোকসকলৰ ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত ই ধ্বংসাত্মক প্ৰভাৱ পেলাব।

আনহাতে সংগঠনটোৱে যুটীয়া সংসদীয় সমিতিৰ শুনানিত পক্ষপাত হোৱাৰো অভিযোগ তোলে। তেৰনে কয় যে যুটীয়া সংসদীয় সমিতিয়ে শুনানিৰ ক্ষেত্ৰত পাৰ্বত্য জনগোষ্ঠীবোৰক ইচ্ছাপূৰ্বক অৱহেলা কৰিছে। তেওঁলোকে শুনানিৰ বাবে পাৰ্বত্য জনগোষ্ঠীবোৰক মতা নাই বা ভালকৈ ইয়াৰ বিষয়ে অৱগত কৰা নাই। এই অভিযোগ তুলি সংগঠনটোৰ নেতৃবৃন্দই যুটীয়া সংসদীয় সমিতিক কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত সুকীয়াকৈ শুনানি অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে সকলো স্বাৰ্থজড়িত পক্ষকে তেওঁলোকৰ মত দিবলৈ সুযোগ দিয়া উচিত। আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অবৈধ বাংলাদেশীক খেদিম বুলি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি প্ৰথমে পূৰণ কৰক।

তাৎপৰ্যপূৰ্ণ মন্তব্যৰে সংঘই কয় যে অবৈধ বিদেশী বিষয়টোত অসম চুক্তিখনে (দফা ৫.১ ৰ পৰা ৫.৯লৈ) নিজেই অসমৰ স্বাৰ্থত আঘাত কৰিছে। চুক্তিখনৰ ফলত ১৯৮৫ চনৰ আইন সংশোধনীৰ জৰিয়তে ১৯৫৫ চনৰ নাগৰিকত্ব আইনত ৬এ দফাটো ভৰাই চুক্তিখনে সামৰি লোৱা সকলো অবৈধ বাংলাদেশীক নাগৰিকত্ব দিয়া হ’ল। এই দফাটোৰ বৈধতা প্রশ্নবোধকৰ অন্তৰ্গত বুলি সংগঠনটোৱে কয়। সংবাদমেলত কে এছ এ, য়ু কে এছ এ, কে এছ ৱাই চি আৰু এ আই কে এন এ-ও উপস্থিত আছিল।

 

নংনী তেৰন

নংনী তেৰন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd