• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিশোৰী ধৰ্ষণত অভিযুক্ত অধয় মালাকৰ গ্ৰেপ্তাৰ: শুকুৰবাৰে নিশা বাকসাৰ বৰমাৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 24, 2018 9:26 am
Rape-accused-Bajali-
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাটাছাৰকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰেন কলিতা আৰু পাঠশালা চকীৰ পাৰ্থ প্ৰতিম বিশ্বাসৰ নেতৃত্বত যোৱা বজালী আৰু বৰমা আৰক্ষীৰ এক যুটীয়া অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৰ্ষণত অভিযুক্ত এজন পাষণ্ডক।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ধৰ্ষণকাৰীজনক অধয় মালাকৰ(৪৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। লক্ষ্যণীয় যে ফাৰ্ণিচাৰৰ ব্যৱসায় চলোৱা মালাকৰে ওচৰৰে নিবাসী নাবালিকা কিশোৰী এজনীক বলপূৰ্বকভাবে বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত।

Apply Now

কিশোৰীজনীৰ পৰিয়ালৰ লোকে দাখিল কৰা এফ আই আৰৰ ভিত্তিতে কালি অভিযুক্ত অধয়ক বাকসা জিলাৰ বৰমাৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৰ্ষণৰ বলি হোৱা কিশোৰীজনীৰ পৰিয়ালৰ সদস্যই জানিব দিয়ে যে যোৱা ১২ ফেব্ৰুৱাৰিৰ দিনা সন্ধিয়া প্ৰায় ৭ মান বজাত কিশোৰীজনীৰ দেউতাকক বিছাৰি বাহিৰলৈ ওলাই গৈছিল। আৰু তেতিয়াই অধয় মালাকৰে কিশোৰীজনীৰ অকলে পাই বলপূৰ্বকভাবে ফাৰ্ণিচাৰ দোকানৰ পিছফালে লৈ যায় ধৰ্ষণৰ দৰে কু-কৰ্ম সংঘটিত কৰে।

উল্লেখ্য যে পাষণ্ড অধয়ে কিশোৰীজনীক এই কু-কৰ্মৰ বিষয়ে কাৰোৰে আগত প্ৰকাশ নকৰিবলৈ কয়। যদিহে এই কথা কৰোবাৰ আগত প্ৰকাশ কৰে তেন্তে লম্পট মালাকৰে কিশোৰীজনীৰ নগ্ন ফটো ৰাজহুৱা কৰাৰো ভাবুকি প্ৰদান কৰে।

কিন্তু কিশোৰীজনী ঘৰলৈ আহি সকলো কথা পৰিয়ালৰ আগত প্ৰকাশ কৰাৰ পাছতে স্থানীয় ৰাইজে ঘটনাৰ উমান পায় উত্তেজিত হৈ পৰে। আৰু মালাকৰৰ ফাৰ্ণিচাৰৰ দোকান ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। পৰিস্থিতি ভয়ংকৰ হোৱা দেখি মালাকৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

এই অমানৱীয় কাণ্ড সংঘটিত কৰা অধয় মালাকৰক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল তথা ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল।

লক্ষ্যণীয় যে ৰাইজৰ হেচাত আৰক্ষীয়ে অভিযুক্ত মালাকৰৰ সন্ধান তীব্ৰতৰ কৰি তোলে আৰু শুকুৰবাৰে নিশা বৰমাৰ পৰা অভিযুক্তকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ধৰ্ষণৰ গোচৰত অভিযুক্ত মালাকৰক বৰ্তমান পাটাছাৰকুছি আৰক্ষী থানাত ৰখা হৈছে আৰু তদন্ত অব্যাহত ৰখা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd