• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুসংস্কাৰ : বিশ্বনাথৰ ছোৱাগুৰীত নিশা গোপনে সম্পন্ন হ’ল বাল্য বিবাহ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 23, 2018 11:13 am
বিশ্বনাথত বাল্য বিবাহ
240
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ সংঘটিত হ’ল বাল্য বিবাহৰ ঘটনা। যোৱা নিশা বিশ্বনাথৰ চোৱাগুৰীত সম্পন্ন হ’ল এই বাল্য বিবাহ। অতি গোপনে  ১৪ বছৰীয়া কন্যাৰ লগত সামাজিকভাৱে বিবাহ সম্পন্ন হ’ল ১৭ বছৰীয়া দৰাৰ।

ঘটনা অনুসৰি গোৱালতলীৰ ১৪ বছৰীয়া কিশোৰী গৰাকী কেইদিন মান পূৰ্বে পিতৃ মাতৃৰ সৈতে ছোৱাগুৰীৰ আব্দুল খালেক নামৰ মোমায়েকজনৰ ঘৰলৈ আহিছিল। মোমায়েকৰ ঘৰৰ ওচৰৰে আবু চালাম নামৰ লোকজনৰ ১৭ বছৰীয়া পুত্ৰৰ লগত শুকুৰবাৰে নিশা গোপনে ঘৰৰ ভিতৰতে এই বিবাহ সম্পন্ন কৰা হয়।

জানিব পৰা মতে আনকি ঘৰৰ ওচৰৰ বহু লোকেও গম পোৱা নাছিল এই বিবাহৰ কথা। বিবাহ সম্পন্ন কৰা কাজী (সদৰ কাজী)  আৰু মৌলানাক দেখা পাইহে ওচৰৰ লোকে সমগ্ৰ ঘটনা গম পায়। আইন বিৰুদ্ধ এই বিবাহ নাবালকদ্বয়ৰ দুইৰ পিতৃৰ সন্মতিত অনুষ্ঠিত হৈছিল।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নিকাহৰ পিছতে মাজনিশা চোৱাগুৰীত আহি উপস্থিত হয় বিশ্বনাথ আৰক্ষীৰ দল। আৰক্ষীয়ে নাবালক দৰাৰ ঘৰৰ পৰা আটক কৰে নাবালক দৰা-কন্যাসহ দুয়োৰে পিতৃ ক্ৰমে আবু চালাম আৰু নছিৰুদ্দিন আলিক। আবু চালাম আৰু নছিৰুদ্দিন আলিয়ে পলায়নৰ চেষ্টা কৰিছিল যদিও ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে নিশাই দৰা-কন্যাসহ দুই পিতৃক আটক কৰি থানালৈ আনে।

সম্প্ৰতি অভিযুক্ত সকলক বিশ্বনাথ চাৰিআলি থানাত ৰখা হৈছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd