• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুৰুক্ষেত্ৰত পৰিণত হ’ল হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্য্যালয় : ক্ষমতা কুক্ষিগতৰ লক্ষ্যৰে দুই পক্ষৰ মাজত মাৰপিট

NE NOW NEWS অপৰ্ণা লস্কৰ
শিলচৰ , August 6, 2018 9:02 pm

2 min read

Hailakandi-fight-570x320

হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্য্যালয়ত দুই পক্ষৰ মাজত হোৱা মাৰপিটৰ দৃশ্য।

114
VIEWS
Share on FacebookShare on Twitter

অলপতে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱতে অসম ভ্ৰমণ কৰা সময়ত কংগ্ৰেছক পাণ্ডৱ আখ্যা দিয়াৰ লগতে কংগ্ৰেছত কোনো অন্তঃকন্দল নাই বুলি কৈ গৈছিল। কিন্তু তাৰ ঠিক এসপ্তাহৰ পিছতে আজি হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্য্যালয় কুৰুক্ষেত্ৰত পৰিণত কৰিলে দলটোৰ দুটা ফৈদে।

গঁতিয়াগঁতি, ঘুচিয়াঘুচিৰ পৰা লাঠীৰে প্ৰহাৰলৈ পৰিণত হোৱা এই মাৰপিট কেৱল দলৰ কাৰ্য্যালয়তে সীমাবদ্ধ নাথাকি ৰাজপথলৈ সম্প্ৰসাৰিত হয়।

আজিৰ এই দুৰ্বাদল কাজিয়াৰ মূলতে হ’ল জিলা সভাপতি হিচাপে আলগাপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম ৰয়ক নিৰ্বাচন কৰাটো। জানিব পৰামতে, জিলা সভাপতিৰ পদটোৰ বাবে দুটা ফৈদৰ মাজত ভালেমান দিনৰ পৰাই অৰিয়াঅৰি চলি আছিল।

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পুত্ৰ ৰাহুলক হাইলাকান্দি জিলাৰ সভাপতি নিৰ্বাচন কৰাত ক্ষুব্ধ হৈ পৰে একাংশ লোকে আৰু প্ৰাক্তন জিলা পৰিষদৰ সভাপতি অনামুদ্দিন লস্কৰৰ নেতৃত্বত মুকলিকৈ বিদ্ৰোহ কৰে। তেওঁলোকে বংশানুক্ৰমিক ৰাজনীতি নচলিব বুলি হংকাৰ দিয়ে। ইয়ে সংঘাতৰ সূচনা কৰে আৰু দুয়োটা ফৈদৰ লোকৰ মাজত হতাহতি, ঘুচিয়াঘুচি হৈ ক্ৰমে মাৰপিট হ’বলৈ ধৰে।

মন কৰিব লগীয়া যে জিলা সভাপতিৰ পদত ৰাহুলৰ পূৰ্বে আছিল তেওঁৰ দেউতাক গৌতম ৰয়। বাপেক-পুতেকৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰে অধিকাংশ লোক।

আনহাতে একাংশ ধৰ্মীয় সংখ্যালঘু লোকে হাইলাকান্দি জিলাখনত মুচলমান লোক সংখ্যাগৰিষ্ঠ বাবে এজন মুচলিম নেতাকহে জিলা সভাপতিৰ পদৰ বাবে নিৰ্বাচিত কৰিব লাগে বুলি দাবী কৰা বুলিও জানিব পৰা গৈছে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd