DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেঞ্চাৰৰ সজাগতাৰ লক্ষ্যৰে অসম বাইকাৰ্ছ দলৰ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 1:37 pm
কেঞ্চাৰৰ সজাগতাৰ লক্ষ্যৰে অসম বাইকাৰ্ছ দলৰ অভিযান
89
VIEWS
Share on FacebookShare on Twitter

অসম বাইকাৰ্ছ দলে অসমৰ অশিক্ষিত লোক সকলৰ মাজত কেঞ্চাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এক অনুষ্ঠানৰ আয়োজন কৰিছে। অসম বাইকাৰ্ছ দলে কেঞ্চাৰ ৰোগী সকলক শাৰিৰীক, মানসিক তথা অৰ্থনৈতিক ভাবে বিভিন্ন সময়ত সহায় কৰি আহিছে। নলবাৰী জিলাৰ কৰিয়া গাওঁৰ নিবাসী চন্দন(১৩) আজি কিছুদিন ধৰি ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰ্থিক অভাবৰ বাবে চন্দনৰ চিকিৎসা থমকি ৰ’ব লগীয়া হৈছিল যদিও এই সংস্থাটোৱে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা চন্দনৰ পৰিয়ালক ২১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰ ফলত  পৰিয়ালৰ লোকে কিছু সকাহ পোৱাৰ উপৰি চন্দন লাহে লাহে সুস্থ হ’বলৈ ধৰিছে।

বৰ্তমান অসম বাইকাৰ্ছ দলত ৫০০ৰো অধিক সদস্য আছে আৰু এইটোৱে অসমৰ আটাইতকৈ ডাঙৰ বাইক আৰোহী সংস্থা। এই সংস্থাটোৱে লোৱা পদক্ষেপক সকলোৱে শলাগ জনাইছে।

Recent News

বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

Dima Hasao flood

ডিমা হাচাওত কি হৈছে?

Indrani Mukerjea granted bail

শ্বীনা বৰা হত্যাকাণ্ড : মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Finland and Sweden To Join NATO

নাটোত যোগদান কৰিব ফিনলেণ্ড আৰু ছুইডেনে! দাখিল কৰিছে যোগদানৰ আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd