DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)ৰ ২০১৮ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

এনই নাও নিউজ by এনই নাও নিউজ
May 26, 2018 12:58 pm
CBSE
160
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দ্বাদশ শ্ৰেনীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে পৰিষদে।

আজি পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি মুঠ চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.০১ শতাংশ । ইয়াৰ বিপৰীতে ইয়াৰ পূৰ্বৰ বছৰত উত্তীৰ্ণৰ হাৰ আছিল ৮২.০২ শতাংশ। অৰ্থাৎ চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ প্ৰায় ১ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ দেশৰ মুঠ ৪,১৩৮টা পৰীক্ষা কেন্দ্ৰত ১১,৮৬,৩০৬গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল চিবিএছইৰ দ্বাদশ শ্ৰেনীৰ পৰীক্ষাত।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি মতে এই পৰীক্ষাত সমগ্ৰ দেশৰ ভিতৰতে মুঠ ৪৯৯ নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰিছে দিল্লীৰ ‘ষ্টেপ বাই ষ্টেপ স্কুল’ৰ মেঘনা শ্ৰীবাস্তৱে।

আনহাতে ত্ৰিবান্দ্ৰমে ৯৭.৩২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে ৯৩.৮৭ শতাংশৰে দ্বিতীয় স্থান লাভ কৰিছে চেন্নায়ে।ৰাজধানী দিল্লীয়ে ৮৯ শতাংশৰে তৃতায় স্থানত আছে।

বিশেষভাৱে উল্লেখযোগ্য বিষয় এইটোৱে যে এইবাৰো ছাত্ৰক চেৰ পেলাই ফলাফলত আধিপত্য বিস্তাৰ কৰিছে ছাত্ৰীয়ে।দেশজুৰি ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৩১ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৮.৯৯ শতাংশ।

আগ্ৰাহী ছাত্ৰ- ছাত্ৰীসকলে CBSE ৰ ৩টা ৱেবছাইট ক্ৰমে  http://www.cbseresults.nic.in , http://www.cbse.nic.in  আৰু http://www.results.nic.in ত ফলাফল সমূহ চাব পাৰে ছাত্ৰ-ছাত্ৰী সকলে।

 

 

 

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd