DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

কেৰেলাৰ আন্তৰ্জাতিক কায়াকিং প্ৰতিযোগিতাত পদক জিনিলে মেঘালয়ৰ যুৱক বাছায়ামোইতে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2018 2:09 pm
কেৰেলাৰ আন্তৰ্জাতিক কায়াকিং প্ৰতিযোগিতাত পদক জিনিলে মেঘালয়ৰ যুৱক বাছায়ামোইতে
1.1k
VIEWS
Share on FacebookShare on Twitter

মালাবাৰ ৰিভাৰ ফেষ্টিবেলৰ ২১ অনূৰ্ধ্বৰ এছিয়া শাখাৰ কায়াকিং (kayaking) প্ৰতিযোগিতাত মেঘালয়ৰ যুৱক শ্বিনিংষ্টাৰ বাছায়ামোইতে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে মালাবাৰ ৰিভাৰ ফেষ্টিভেল হৈছে কেৰেলাত অনুষ্ঠিত আন্তৰ্জাতিক পৰ্যায়ৰ কায়াকিং প্ৰতিযোগিতা।

২১ বছৰীয়া বাছায়ামোইত মেঘালয়ৰ মেঘালয়ৰ ৰি ভই জিলাৰ লাও বাইৰ্ৱা গাঁৱৰ বাসিন্দা।

যোৱা বছৰ বাছায়ামোইতে কৰ্ণাটকত অনুষ্ঠিত কালি কায়াক ফেষ্টিভেলৰ ইণ্টাৰমিডিয়েট শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।

মালাবাৰ ৰিভাৰ ফেষ্টিবেলৰ ১৯ খন দেশৰ ১০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। নিউজিলেণ্ডৰ মাইক ডছনে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰিছে।

২১ বৰ্ষীয় শ্বিনিংষ্টাৰ বাছায়ামোইত হৈছে আইটিআই ( Industrial Training Institute) শ্বিলঙৰ ছাত্ৰ।  তেওঁ ৰি ভই জিলাৰ ছুমেৰৰ ওচৰত থকা  আয়ান আৰু শ্বিলা ভিনচেণ্টৰ দ্বাৰা পৰিচালিত হোৱাইট ৱাটাৰ ভিলেজ নামৰ হোৱাইট ৱাটাৰ পাৰ্ক এখনক কায়াকিঙৰ অনুশীলনী কৰে।

উক্ত প্ৰতিযোগিতাত শ্বিনিংষ্টাৰ বাছায়ামোইতৰ উপৰিও জুনেবৰ্লাং এল নংব্ৰি আৰু ডেভিড ভিনচেণ্ট নামৰ যুৱক দুগৰাকীয়েও এই প্ৰতিযোগিতাখনত মেঘালয়ক প্ৰতিনিধিত্ব কৰিছিল।

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd